Breaking

কেৱল অসম আৰু ভাৰততে নহয়! হংকঙৰ ঘৰত ফ্ৰীজত উদ্ধাৰ মহিলা প্ৰভাৱশালীৰ ভৰি, মূৰ আদি শৰীৰৰ অংশ

0 120



আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে হংকঙৰ উত্তৰ টাই প’ জিলাৰ এটা ঘৰৰ ফ্ৰীজত মডেল আৰু প্ৰভাৱশালী এবি চয়ৰ ভৰি দুখন উদ্ধাৰ কৰে।

চোইক আগদিনাৰ পৰা দেখা নোপোৱাৰ বাবে বুধবাৰে আৰক্ষীয়ে নিৰুদ্দেশ হোৱাৰ ৰিপৰ্ট লাভ কৰিছিল।

আৰক্ষীয়ে এতিয়াও ২৮ বছৰীয়া যুৱতী গৰাকীৰ কিছুমান শৰীৰৰ অংশ বিচাৰি পোৱা নাই। সম্পূৰ্ণ পৰিচয় প্ৰকাশ কৰা নাই যদিও চাউথ চাইনা মৰ্নিং পোষ্টে মডেল এবি চয় বুলি সন্দেহ কৰিছে।

Leave A Reply