Breaking

মৰিগাঁৱত মূকাভিনেতা মুকুন্দ নাথৰ উল্লেখনীয় পদক্ষেপ

0 2,035

-মৰিগাঁৱৰ  এইবাৰ মুকুন্দ নাথে আৰম্ভ কৰিছে প্ৰশিক্ষণ মুকাভিনয়। জানিব পৰা মতে  মুঠ ১০০০ বিদ্যালয়ৰ ৫০০০ শিক্ষাৰ্থীক দিব মূকাভিনয়  প্ৰশিক্ষণ। মূকাভিনেতা মুকুন্দ নাথে কয় যে প্ৰথম পৰ্যায়ত ১০০০ খন বিদ্যালয় নিৰ্বাচিত কৰি মুঠ ৫০০০ শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া হৱ যিহেতু গাঁও অঞ্চলৰ লোক সকলে মুকাভিনয় বিষয় জ্ঞাত নহয় আৰু এই পদক্ষেপৰ বাবে শলাগ লৈ মৰিগাঁও বাসী ৰাইজে ।আনহাতে মুকুন্দ নাথে ৫ বছৰৰ পৰা ৬ বছৰ সময় লাগিব বুলি জনাই আৰু লগতে ৬ বছৰ পিছত একেলগে ১০০০ মূকাভিনয়  শিল্পীক লগ কৰি মৰিগাঁৱৰ সদৰত এক অনুষ্ঠান প্ৰদৰ্শন কৰিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে । খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও

Leave A Reply