Breaking

শিৱসাগৰৰ নাজিৰাৰ বিশিষ্ট চিকিৎসক বিপুল হাতীকাকতিৰ দেহাৱসান

0 1,611

শিৱসাগৰৰ নাজিৰা নগৰৰ নিবাসী তথা বিশিষ্ট চিকিৎসক বিপুল হাতীকাকতিৰ দেহাৱসান!
৬৮ বছৰ বয়সত মৃত্যু হয় মানৱদৰদী চিকিৎসকজনৰ।


বিগত চাৰি দশকতকৈও অধিক কাল চিকিৎসা সেৱা আগবঢ়াই আহিছিল চিকিৎসক বিপুল হাতীকাকতিয়ে।
চেন্নাইত চিকিৎসাৰত অৱস্থাতে মৃত্যু হয় বিশিষ্ট চিকিৎসকজনৰ।


মানৱদৰদী চিকিৎসকজনৰ অকাল বিয়োগকলৈ বিভিন্ন মহলে সমবেদনা জ্ঞাপন কৰাৰ লগতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

Leave A Reply