Breaking

বিশিষ্ট সাংবাদিক লেখক সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি…

0 64

বিশিষ্ট সাংবাদিক লেখক সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি দিয়া হৈছে৷

কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ আচাৰ্যৰূপে সমুদ্ৰগুপ্ত কাশ্যপৰ নিযুক্তিত ৰাষ্ট্ৰপতিয়ে আজি অনুমোদন জনায়।

আন্তৰিকতাৰে অভিনন্দন ।

Leave A Reply