প্ৰখ্যাত অধিবক্তা তথা আন্ত:ৰাষ্ট্ৰীয় ক্ৰীড়া সংগঠক নিলয় দত্তৰ দেহাৱসান

ৰাজ্যৰ বিশিষ্ট আইনজীৱী তথা আন্ত:ৰাষ্ট্ৰীয় ক্ৰীড়া সংগঠক নিলয় দত্তৰ আজি পুৱতি নিশা কৰ্ণাটকৰ কুৰ্গত হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত মৃত্যু হয়। হঠাৎ হাৰ্ট এটেকৰ ফলত ৬৮ বছৰ বয়সত তেখেতৰ আজি মৃত্যু হয়। তেওঁ অৰুণাচল প্ৰদেশৰ এডভোকেট জেনেৰেল, অসম আইন আয়োগৰ সদস্য, সদৃশ উকীল সন্থাৰ পৰামৰ্শদাতা আৰু ক্ৰিকেট আম্পায়াৰ, ৰেফাৰী আৰু এজন প্ৰশাসক আছিল।

Related Articles