১২ এপ্ৰিলত জাৰি হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা
কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি নির্বাচন আয়োগৰ
গুৱাহাটীৰ পৰ্যৱেক্ষকৰ দায়িত্ব IRS বিষয়া টি জে ছিংছনক

কোকৰাঝাৰৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি IRS বিষয়া ভি শ্রীধৰক।
বৰপেটাৰ পৰ্যৱেক্ষকৰ দায়িত্ব IRS বিষয়া কপিল মণ্ডলক
ধুবুৰীৰ পৰ্যৱেক্ষক হিচাপে নিযুক্তি IRS বিষয়া কপিল কুমাৰ সিঙক

৭ মে’ত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন
ৰাজ্যৰ ৪ লোকসভা সমষ্টিত হ’ব ভোট গ্রহণ
দেশৰ ১৩ ৰাজ্যৰ ১০৫টা সমষ্টিৰ বাবেও পর্যবেক্ষক নিযুক্তি আয়োগৰ

