Breaking

বঙাইগাঁৱৰ উত্তৰ অভয়াপুৰীত এন এছ ইউ আইৰ প্ৰতিবাদ

0 1,529

উত্তৰ অভয়াপুৰী সমষ্টিৰ বৰৈচালাত এন এছ ইউ আই ৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ দলৰ সভানেত্ৰী শ্ৰীমতী ছোনিয়া গান্ধী অন্যায়ভাবে ED ৰ জৰিয়তে জেৰা কৰাৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মী সকলে দিল্লীত এখন প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। কিন্তু দূৰ্ভাগ্যজনক বিষয় টো হল যে দিল্লীত প্ৰতিবাদী কাৰ্যসূচীৰ পৰা কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰে।

২৪ ঘন্টাৰ ভিতৰত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক বিনাচৰ্তে মুক্তি নকৰিলে এন এছ ইউ আই ৰ জংগীয়া আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰধান কৰে।

এই চৰকাৰখনে গণতন্ত্ৰক হত্যা কৰিব খুজিছে বুলি উল্লেখ কৰে এন এছ ইউ আই ৰ কৰ্মী সকলে।

Leave A Reply