Breaking

তামুলপুৰত ভয়াবহ পথ দুৰ্ঘটনা। ৰৈ থকা ট্ৰেইলাৰত প্ৰচণ্ড খুন্দা বাইক আৰোহীৰ…

0 81

তামুলপুৰত নিশা ভয়াবহ পথ দুৰ্ঘটনা। ৰৈ থকা ট্ৰেইলাৰত প্ৰচণ্ড খুন্দা বাইক আৰোহীৰ। নিশা তামুলপুৰৰ-ৰঙিয়া- ভূটান পথৰ বৰখোপাত ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয়। পথ দূৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী যুৱক।
খবৰ অনুসৰি বৰখোপাত পথৰ কাষত ৰৈ থকা ট্ৰেইলাৰ ( AS 01JC 3987 ) তীব্ৰ বেগী বাইকৰ( AS 27 B 7625) খুন্দাত থিতাতে নিহত হয়।

নিহত লোক জন ওদালগুৰী জিলাৰ ধৰমজুলী আঠেৰীঘাট চাহ বাগিছাৰ প্ৰনৱজ্যোতি ডেকা (৩৫) ৷ যুৱক জনে নিশা আঠেৰীঘাট চাহ বাগিছাৰ পৰা ৰঙিয়াৰ শহুৰেকৰ ঘৰলৈ গৈ আছিল বুলি জানিব পৰা গৈছে।

Leave A Reply