মৰ্মাহত

Assam Journalist: মণিপুৰত গুলীবিদ্ধ অসমীয়া সাংবাদিক

নাগালেণ্ডৰ হৰ্ণবিল টিভিৰ সাংবাদিক দ্বীপ শইকীয়া গুলীবিদ্ধ।(Assam Journalist)মণিপুৰত গুলীবিদ্ধ অসমীয়া সাংবাদিক

Ajit Thakur: বিশিষ্ট শিক্ষাবিদ দেৰগাঁৱৰ ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ প্ৰাক্তন সভাপতি অজিত ঠাকুৰৰ দেহাৱসান

Ajit Thakur: বিশিষ্ট শিক্ষাবিদ দেৰগাঁৱৰ ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ প্ৰাক্তন সভাপতি অজিত ঠাকুৰৰ দেহাৱসান

Nandita Saikia: নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় আদালতৰ

ধেমাজিৰ নন্দিতা (Nandita Saikia) শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় আদালতৰ। ধেমাজি জিলা ছেচন ন্যায়াধীশ আদালতৰ এই ঐতিহাসিক ৰায়।

Dhemaji Nandita Saikia: অৱশেষত ন্যায় পাব ধেমাজি মৰিঢলৰ নন্দিতা শইকীয়াৰ পৰিয়ালে

অৱশেষত ন্যায় পাব ধেমাজি মৰিঢলৰ নন্দিতা শইকীয়াৰ পৰিয়ালে।(Dhemaji Nandita Saikia) চাৰি বছৰৰ অন্তত দোষী সাব্যস্ত ৰিন্টু শৰ্মা।

GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ছিষ্টাৰ ইনচাৰ্জ ভানুপ্রিয়া মিছঙক আটক

GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ছিষ্টাৰ ইনচাৰ্জৰ দায়িত্বত থকা নাৰ্ছক আটক।ভঙাগড় আৰক্ষীয়ে আটক কৰে ভানুপ্রিয়া মিছঙক।

Popular