মৰ্মাহত

ক’ভিডত মৃত্যু অসমীয়া ছবিৰ পৰিচালক শম্ভু গুপ্তাৰ

 মাৰাত্মক ক’ভিডত দেওবাৰে নিশা প্রায় ১০.৫০ বজাত মৃত্যু হয় অসমীয়া চলচ্চিত্র পৰিচালক শম্ভু গুপ্তাৰ৷ ক’ভিডত আক্রান্ত ছবি পৰিচালকগৰাকীক যোৱা ৮ মে’ত মহানগৰীৰ খ্রীষ্টানবস্তিস্থিত এপ’লো...

ক’ভিডত আক্ৰান্ত হৈ বোকাজানৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল দিহিঙীয়াৰ মৃত্যু

বোকাজানৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল দিহিঙীয়াৰ মৃত্যু। কোভিডত আক্রান্ত হৈ গুৱাহাটীৰ জি এম চি এইচত মৃত্যু সাংবাদিকগৰাকীৰ। নিশা ১২.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে। সাংবাদিকতাৰ উপৰি বোকাজানৰ...

ক’ৰ’ণাত আক্ৰান্ত হৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান মৃণাল দাসৰ মৃত্যু

ৰাজ্যত মহামাৰী ক'ৰ'ণাই ভয়াবহতাৰূপ ধাৰণ কৰাৰ সময়তে  সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গাননিক বিষয়া  মৃণাল দাস ক'ৰ'ণাত আক্ৰান্ত...

Breaking News : ডিফুত ৰাজপথত গুলীচালনা। এজন যুৱক নিহত।

ডিফুৰ ধনশিৰি পথৰ হাতীকেম্পত এজন যুৱকক গুলীয়াই হত্যা।দেৱজিৎ সিনহা নামৰ যুৱকজনক গুলীয়াই হত্যা অচিনাক্ত যুৱকৰ।শূন্য দূৰত্বৰ পৰা পিষ্টলেৰে মূৰত গুলীয়াই হত্যা কৰে দেৱজিৎ সিনহাক।ম'বাইল...

হৃদয়বিদাৰক! নগাঁও জিলাৰ বঢ়মপুৰত ২০ টা বনৰীয়া হাতীৰ মৃত্যু

নগাঁও জিলাৰ বঢ়মপুৰত এক কৰুণ ঘটনা।বামুনী পাহাৰৰ দুৰ্গম ওখ চুৰাটত এটা বনৰীয়া হাতীৰ জাকৰ মৃত্যু। প্ৰায় ২০ টাকৈ হাতীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।প্ৰাৰ্থমিক...

Popular