মৰ্মাহত

হোজাইত ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ পিতৃহীনা নাবালকৰ মৃতদেহ

 হোজাই, ১৬ ডিচেম্বৰ : হোজাইত পিতৃহীনা নাবালকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এগৰাকী পঞ্চমান শ্ৰেণীৰ ছাত্ৰ । ডিঙিত চিপ লৈ...

বিটিআৰবাসীৰ বাবে বহুকেইটা আঁচনি ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পৰিবৰ্তনৰ শ্লোগানেৰে সুদীৰ্ঘ ১৭ বছৰীয়া হাগ্ৰামাৰাজৰ অৱসান ঘটাই বিজেপি-ইউপিপিএল-জিএচপিয়ে মিত্ৰতাৰ চৰকাৰ গঠন কৰিলে বিটিআৰত । কালি ১৫ ডিচেম্বৰ তাৰিখে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত লক্ষাধিক...

ডবকাৰ চাংমাজি বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত পাঁচখনকৈ ব্যাৱসায়ীক প্ৰতিষ্ঠান ভস্মিভূত

ডবকা, ১৪ ডিচেম্বৰ : হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত চাংমাজি বজাৰত যোৱা নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাত আতংকিত হৈ পৰে ৰাইজে...

নগাঁৱত চোৰৰ নৃশংসতা : গৃহস্থ সাৰ পোৱাৰ বাবেই মহিলাৰ বুকুত বহুৱালে চিপৰাং

নগাঁও, ১১ডিচেম্বৰঃ নগাঁও আৰক্ষীক অস্তিত্বহীন কৰি তুলি  চহৰ খনত চোৰৰ দলে ইটোৰ পাছত সিটোকৈ চুৰি কাৰ্য সংঘটিত কৰি গৈছে । ফলত চোৰৰ উপদ্ৰপৰ...

চৰকাৰে কৰিব নোৱাৰা বৰলুইতৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিছে লাহৰীঘাটৰ বানাক্ৰান্ত ৰাইজ

মৰিগাঁও, ১১ ডিচেম্বৰ :   মৰিগাও জিলাৰ লাহৰীঘাট বিধান সভা সমষ্টিত  ১৯৬৯চনৰ পৰাই ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহাই  এশৰো অধিক গাওঁ আৰু অৰ্ধশতাধিক মচজিদ, মন্দিৰ, নামঘৰ বিদ্যালয়...

Popular