মৰ্মাহত

Afghanistan Earthquake: আফগানিস্তানত ভূমিকম্পত নিহতৰ সংখ্যা ২,২০০ লৈ বৃদ্ধিঃ দেখা দিছে সাহায্যৰ সংকটে

Afghanistan Earthquake: আফগানিস্তানত ভূমিকম্পত নিহতৰ সংখ্যা ২,২০০ লৈ বৃদ্ধিঃ দেখা দিছে সাহায্যৰ সংকটে

GMCHৰ নৱজাতকৰ মৃত্যুৰ ঘটনাত নিলম্বন হ’ল চিকিৎসক, নাৰ্ছসহ কেইবাজনো

অৱশেষত GMCHৰ নৱজাতকৰ মৃত্যুৰ ঘটনাত নিলম্বন হ'ল চিকিৎসক নাৰ্ছসহ কেইবাজনো। GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত দুই চিকিৎসকক বহিষ্কাৰ কৰা হৈছে।

Assam Journalist: মণিপুৰত গুলীবিদ্ধ অসমীয়া সাংবাদিক

নাগালেণ্ডৰ হৰ্ণবিল টিভিৰ সাংবাদিক দ্বীপ শইকীয়া গুলীবিদ্ধ।(Assam Journalist)মণিপুৰত গুলীবিদ্ধ অসমীয়া সাংবাদিক

Ajit Thakur: বিশিষ্ট শিক্ষাবিদ দেৰগাঁৱৰ ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ প্ৰাক্তন সভাপতি অজিত ঠাকুৰৰ দেহাৱসান

Ajit Thakur: বিশিষ্ট শিক্ষাবিদ দেৰগাঁৱৰ ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ প্ৰাক্তন সভাপতি অজিত ঠাকুৰৰ দেহাৱসান

Nandita Saikia: নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় আদালতৰ

ধেমাজিৰ নন্দিতা (Nandita Saikia) শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় আদালতৰ। ধেমাজি জিলা ছেচন ন্যায়াধীশ আদালতৰ এই ঐতিহাসিক ৰায়।

Popular