Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মৰ্মাহত
ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।
তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক
Surya Das: গণশিল্পী সূৰ্য্য দাসৰ দেহাৱসান…
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 21, 2024
প্ৰখ্যাত সংগীত শিল্পী সূৰ্য দাসৰ দেহাৱসান। মৰিগাঁও চিভিলত সূৰ্য দাসৰ শেষ নিশ্বাস ত্যাগ। বাথৰূমত পিচল খাই পৰাৰ পিছতে অচেতন হৈ পৰিছিল শিল্পীগৰাকী।(Surya Das)
Bibek Pangeni Died: সৃজানা হাৰি গ’ল, গুছি গ’ল বিবেক! তৃতীয় পৰ্যায়ৰ কৰ্কট ৰোগে প্ৰাণ কাঢ়িলে বিবেকৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 20, 2024
বিবেকৰ মগজুৰ কৰ্কট ৰোগ আছিল ষ্টেজ ৩। এনে অৱস্থাত পত্নী সৃজনা সুবেদী সকলো এৰি কেৱল স্বামীৰ সেৱা কৰিবলৈ আৰম্ভ কৰিলে। দুয়োৰে প্ৰেম দুই শৰীৰৰ এক আত্মাৰ দৰে আছিল। কিন্তু বিবেক সৃজনাক অকলে এই সংসাৰত এৰি নিজেই সংসাৰৰ পৰা আঁতৰি গ'ল বিবেক। (Bibek Pangeni Died)
Guwahati Press Club। গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদত বহিল সাংবাদিক , কলা বেজ পৰিধান…
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 19, 2024
Guwahati Press Club।গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদত বহিল সাংবাদিক । সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰলৈ দাবী। সাংবাদিকৰ সুৰক্ষাৰ বাবে আইন অনাৰ দাবী প্ৰতিবাদী সাংবাদিকৰ । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ 'ৰাজভৱন চলো' কাৰ্যসূচীৰ মাজতে কৰ্তব্যৰত সাংবাদিকক আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদন ।
Allu Arjun: ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়াললৈ ২৫ লাখ টকা ঘোষণা আল্লু অৰ্জুনৰ
বিনোদন
দৈনন্দিন বাৰ্তা
-
December 7, 2024
হায়দৰাবাদৰ ষ্টাম্পেড কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আল্লু অৰ্জুনে এটা ভিডিঅ’ প্ৰকাশ কৰিছে। এই ঘটনাত তেওঁ মৃতকৰ পৰিয়ালক সহায়ৰ প্ৰতিশ্ৰুতি দিছে। তেওঁ আহত পুত্ৰৰ দায়িত্বও ল’ব।(Allu Arjun)
Shobitha Shivanna: ৩০ বছৰ বয়সতে জীৱনৰ মায়া-মোহৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰীয়ে!
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 3, 2024
এফালে পুষ্পা ২ৰ বাবে দক্ষিণৰ তাৰকাসকলে বাতৰিৰ শিৰোনাম দখল কৰি আছে আনফালে দক্ষিণৰ ছবিজগতৰ পৰা এটা বেয়া খবৰ আইছে। এগৰাকী অভিনেত্ৰীৰ মৃত্যুৰ বাতৰিয়ে প্ৰায়ে বতমান সংবাদ শিৰোনাম দখল কৰিছে। কানাড়া অভিনেত্ৰী শ্বোবিতা শিভান্নাই দেওবাৰে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। তেলেংগানাৰ কোণ্ডাপুৰৰ নিজ গৃহত মৃত অৱস্থাত উদ্ধাৰ হয়।(Shobitha Shivanna)
1
...
33
34
35
...
226
Page 34 of 226
Popular
Zubeen Garg Death case: CJM আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি সম্পন্ন
দৈনন্দিন বাৰ্তা
-
December 16, 2025