মৰ্মাহত

প্ৰধান শিক্ষয়িত্ৰী লক্ষীপ্ৰভা পেগুৰ অকাল বিয়োগ ! বিভিন্ন সংগঠনৰ শোক প্ৰকাশ… 

তেলামৰ ২ নং কমনচেলেক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী লক্ষীপ্ৰভা পেগুৰ আজি স্বৰ্গগামী হয়। তেলাম নিবাসী ৰাম পেগুৰ পত্নী লক্ষীপ্ৰভা পেগুয়ে যোৱা সাত বছৰ ধৰি...

জনপ্ৰিয় অভিনেতা কবিন্দ্ৰ দাস কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন ! ৰাইজৰ সহায় বিচাৰি কাতৰ অনুৰোধ পৰিয়ালবৰ্গৰ…

এটা অতি দুঃখবৰ জনপ্ৰিয় অভিনেতা কবিন্দ্ৰ দাস কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।ৰং চেনেলযোগে প্ৰচাৰিত 'বৰলা কাই' লগতে ধাৰাবাহিক ত 'কেৰপা' নামৰ এটি...

টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী কবিতা চৌধুৰীৰ দেহাৱসান…

টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী কবিতা চৌধুৰীৰ দেহাৱসান। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৭ বছৰ।

ছত্তীশগড়ৰ মাওবাদীৰ আক্ৰমণত ছহিদ অসমৰ জোৱান লম্বোধৰ সিংহৰ…

ছত্তীশগড়ৰ মাওবাদীৰ আক্ৰমণত ছহিদ অসমৰ জোৱান। ছহিদ CRPFৰ জোৱানজন চিৰাঙৰ কাকাৰাগাঁও ভাটিপাৰাৰ লম্বোধৰ সিংহ। লম্বোধৰ সিংহৰ বাসগৃহত শোকাকুল পৰিৱেশ। ২০১১ চনত CRPFত যোগদান কৰিছিল...

যশস্বী সংগীত পৰিচালক ভূপেন উজীৰৰ শেষ যাত্ৰা ! অডিটেক ষ্টুডিঅ’ত গুণমুগ্ধসকলে শেষবাৰৰ বাবে জনাব শ্ৰদ্ধাঞ্জলি…

ভূপেন উজীৰৰ শেষ যাত্ৰা : ● পুৱা ৯ বজাত বাইক ৰেলীৰে নেমকেয়াৰ হাস্পাতালৰ পৰা প্ৰয়াত সংগীত পৰিচালক ভূপেন উজীৰৰ মৃতদেহ তেওঁৰ গীতানগৰ স্থিত গৃহলৈ (...

Popular