মৰ্মাহত

Road Accident: বিদ্যালয়লৈ যাওতে পিতৃ-কন্যাৰ সৈতে ঘটিল এই ঘটনা

আল্টা বাছৰ খুন্দাত নিহত শিক্ষক পিতৃ-কন্যা।(Road Accident)বঙাইগাঁও জিলাৰ তালগুৰীৰ নিত্যবজাৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা।আল্টা বাছ আৰু বাইকৰ মাজত সৃষ্টি হয় সংঘৰ্ষ।

Bus Accident in Uttarakhand: ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২০ জন, নিহত পৰিয়াললৈ ৪ লাখ; আহতলৈ ১ লাখ টকা ঘোষণা

উত্তৰাখণ্ডত সংঘটিত ভয়ংকৰ বাছ দুৰ্ঘটনাত কমেও ২০ জন লোকে প্ৰাণ হেৰুৱাই।ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২০ জন, নিহত পৰিয়াললৈ ৪ লাখ; আহতলৈ ১ লাখ টকা ঘোষণা।(Bus Accident in Uttarakhand)

Dikhow River: দিখৌত জাপ পুত্ৰসহ মাতৃৰ!

নাজিৰাৰ দিখৌ দলংৰ পৰা দিখৌ নৈত শিশুসহ জাপ দিলে এগৰাকী মহিলাই। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মহিলাগৰাকীৰ লগতে শিশুটিৰ পৰিচয়।(Dikhow River)

Bhavananda Goswami passes away মৰিগাওঁ বৰ্ণসত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ গোস্বামী বিয়োগ

Bhavananda Goswami passes away মৰিগাওঁ বৰ্ণসত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ গোস্বামী বিয়োগ।তেখেতৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ভকত-বৈষ্ণৱ তেখেতৰ বাসগৃত সমবেত হৈ মৃতকক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘই।

Tragic accident in Tihu: টিহুত পথ দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু

দুৰ্ঘটনাথলীৰ ওচৰ-চুবুৰীয়াই লগে লগে টিহুৰ এফআৰইউ চিকিৎসালয়লৈ নিয়াত ডাক্তৰে নলবাৰী(Nalbari Hospital)লৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হয়(Tragic accident in Tihu) ৷

Popular