মৰ্মাহত

কেদাৰনাথৰ পৰা ২ কিলোমিটাৰ নিলগৰ গৰুড়ীচট্টীত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰ, ৬জন লোক আছিল হেলিকপ্টাৰখনত

কেদাৰঘাটীৰ দিশে গৈ থকাৰ সময়তে গৰুড়চট্টীত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা। কেদাৰনাথৰ পৰা ২ কিলোমিটাৰ নিলগৰ গৰুড়ীচট্টীত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ খবৰ...

কাজিৰঙাৰ কাষত উদ্ধাৰ হৈছে হাতী পোৱালীৰ মৃতদেহ…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত এটা হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰ হৈছে। নগাঁও জিলাৰ কলিয়াবৰ উপ-সংমণ্ডলৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ এক সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সোমবাৰে হাতীৰ...

Suicide নোটত বৈশালী ঠাক্কৰে লিখি থৈ গ’ল ‘মোৰ আত্মাই শান্তি নাপাব’

বৈশালী ঠাক্কৰ ভাইৰেল চুইচাইড নোটঃ বৈশালী ঠাক্কৰনামত লিখা এখন চুইচাইড নোট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এইটো লিখা হৈছে যে ৰাহুল নামৰ এজন ব্যক্তিয়ে...

অভিনেত্ৰী বৈশালীক প্ৰাক্তন প্ৰেমিকে অত্যাচাৰ কৰিছিল, চুইচাইড নোটত উল্লেখ কৰা আছে সকলো কথা! কি ক’লে আৰক্ষী প্ৰশাসনে?

উদ্ধাৰ হোৱা চুইচাইড নোটত, উল্লেখ কৰা হৈছে যে তাই চাপত আছিল। চুইচাইড নোটঅনুসৰি, অভিনেত্ৰীগৰাকীৰ প্ৰাক্তন প্ৰেমিকে তাইক অত্যাচাৰ কৰি আছিল। গোচৰটোৰ অধিক তদন্ত চলি...

কৰ্ণাটকৰ হাছান জিলাত মৰ্মান্তিক পথ দুৰ্ঘটনা, টেম্প’-টেংকাৰ-বাছৰ সংঘৰ্ষত ৯ জন নিহত

আৰক্ষীৰ মতে, শিৱমোগগা অভিমুখে গৈ থকা ৰাজ্যিক পৰিবহণ নিগমৰ বাছখনে টেম্পোত খুন্দা মাৰে। টেম্পো চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা দুগ্ধ পৰিবাহী টেংকাৰখনত...

Popular