Breaking

‘২০২৫ৰ ১ এপ্ৰিলত ২৫ হাজাৰ নাচনীৰে বিহু প্ৰদৰ্শন হ’ব নতুন দিল্লীত’ মুখ্যমন্ত্ৰী…

0 160

২০২৫ৰ ১ এপ্ৰিলত ২৫ হাজাৰ নাচনীৰে বিহু প্ৰদৰ্শন হ’ব নতুন দিল্লীত৷


আনহাতে লাচিত বৰফুকনৰ জীৱনৰ আধাৰত প্ৰদৰ্শিত হ’ব নাটক৷


৪০০-৫০০ গৰাকী কলা-কুশলীৰ জৰিয়তে ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰদৰ্শিত হ’ব নাটক৷


কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা।

Leave A Reply