পহিলা জানুৱাৰীত নেদেখাজনৰ আশিষ ল’বলে মন্দিৰত ভক্তৰ ভিৰ…

পহিলা জানুৱাৰীত নেদেখাজনৰ আশিষ ল’বলে মন্দিৰত ভক্তৰ ভিৰ।

বৰডুবি ইতিহাসিক টিলিঙা মন্দিৰত পুৱাৰে পৰা ভক্তৰ লানি নিচিগা সোতঁ।


আজি নৱবৰ্ষৰ প্ৰথমটো দিনতেই পুৱাৰে ভাগৰ পৰা ইতিহাসিক বৰডুবি টিলিঙা মন্দিৰত ভক্তৰ ভিৰ দেখা পোৱা গৈছে।

মনৰ আশা পূৰণ হোৱাৰ উদ্দেশ্যৰে আৰু দুগুণ উচ্ছাহেৰে কাম কৰি যাবলৈ এতিয়া বৰডুবিতস্থিত টিলিঙা মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ দিঘলীয়া শাৰী।

Related Articles