বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে সোমবাৰে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত ক’ভিড প্ৰটোকল মানি অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান

বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে সোমবাৰে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত কোভিড প্ৰটোকল মানি অনুষ্ঠিত এক অনুষ্ঠানত ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কৰি অহা প্ৰশংসনীয় কামৰ বাবে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামক বিশেষ ভাবে সন্মানিত কৰে কৰ্কট প্ৰতিষ্ঠান খনৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে। সঞ্চালক ডাঃ কটকীৰ পৰা এই সন্মান গ্ৰহণ কৰে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই।

Related Articles