Breaking

পুনৰ প্ৰবল ভূমিকম্পৰ সৃষ্টি আফগানিস্তানত…

0 55

পুনৰ প্ৰবল ভূমিকম্পৰ সৃষ্টি আফগানিস্তানত।

ৰিখটাৰ স্কেলত ভূঁইকঁপৰ মাত্ৰা ৬.৩।

৭ অক্টোবৰৰ আফগানিস্তানত ভয়ংকৰ ভূমিকম্প সৃষ্টি হৈছিল য়াৰ ফলত ৩ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল।

পুনৰ প্ৰবল ভূমিকম্পৰ সৃষ্টি আফগানিস্তানত।

এই বিস্তৰ ক্ষয়ক্ষতিৰ আশংকা কৰিছে।

মঙলবাৰে স্থানীয় সময় অনুসৰি প্ৰায় ০৫:১০ বজাত (০০:৪০ জিএমটি) সংঘটিত হয় এই ভূমিকম্প।

Leave A Reply