গোপন সূত্ৰৰ পম খেদি ধুবুৰীৰ এখন কফি কৰ্ণাৰৰ পৰা বছিৰ উদ্দিন খান নামৰ যুৱক জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ধৃত যুৱক জনৰ পৰা এটা .22 পিস্থল , দুটা মেগজিন আৰু নিসিদ্ধ ড্ৰাগছ জব্দ কৰে।

উক্ত বিষয়ত অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত।
ধুবুৰীৰ পৰা দেৱান জাহাঙ্গীৰ আলমৰ প্ৰতিবেদন