জামুগুৰিহাটত নকল সোণসহ আটক এজনক…

জামুগুৰিহাটত নকল সোণসহ আটক এজন। জাল নোটৰ পিছত এইবাৰ জামুগুৰিহাটত জব্দ কৰা হৈছে নকল সোণ আৰু নকল সোণৰ ব্যৱসায়ী চক্ৰ। জামুগুৰিহাটৰ ভৰলীচাপৰিৰ পৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ১ কেজি ৯ শ ৬০ গ্ৰাম ওজনৰ সোণৰ নাও৷নকল সোণৰ নাওৰ লগতে গ্ৰেপ্তাৰ কৰেএই ব্যৱসায়ত জড়িত থকা কাছেম আলী নামৰ সৰবৰাহকাৰীক৷

আৰক্ষী বিষয়া জোণমণি ৰাভাৰ মৃত্যুৰ পিছতে উত্তৰ অসমৰ জামুগুৰিহাটতো আৰক্ষীয়ে এইদৰে অপৰাধীৰ বিৰুদ্ধে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।

জামুগুৰিহাটৰ পৰা জোন বৰা প্ৰতিবেদন

Related Articles