Breaking

বিহালী সংহত শিশু উন্নয়ন প্ৰকল্প উদ্যোগত এদিনীয়া বিশেষ প্ৰশিক্ষণ

0 2,025

বিহালী সংহত শিশু উন্নয়ন প্ৰকল্প উন্নয়ন প্ৰকল্প উদ্যোগত  বৃস্হপতি বাৰে বিহালী সমষ্টিৰ বিহালী কল্যাণ আশ্ৰমৰ মুক্তি যোদ্ধা ছবিলাল উপাধ্যায় স্মৃতি ভৱনত   এদিনীয়া বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হয়  অংগবাডী কৰ্মী সকলৰ মাজত। এই বিশেষ প্ৰশিক্ষণ প্ৰদান বাবে  বিহালী সংহত  শিশু উন্নয়ন প্ৰকল্প অন্তৰ্গত ১৩৩ টা কেন্দ্ৰ কৰ্মী সকল উপস্থিত থাকে।ইফালে এই বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে পোষণৰ অভিযানৰ খণ্ড সমন্বয়ক বিহালী বিষয়া প্ৰণৱ বৰ গোহাঁই ছুপাভাইজাৰ অনিমা হাজৰিকা, দিপালি হাজৰিকা কে ধৰি বহু কেইজন বিষয়াই।

Leave A Reply