হোজাইত ৰেলৰ খুন্দাত এজন যুৱকৰ কৰুণ মৃত্যু।। বৰ্তমানলৈকে যুৱক জনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই।।

হোজাইত এজন যুৱকৰ কৰুণ মৃত্যু।।

ৰেলৰ খুন্দাত মৃত্যু যুৱক জনৰ।।

হোজাই দশঘৰ অঞ্চলত মালবাহী ৰেলৰ আগত পৰি মৃত্যু যুৱক জনৰ।।

148/3 ৰেলপোষ্টৰ ওচৰত দুই টুকুৰা হৈ কৰুণ মৃত্যু সাবটিলয় যুৱক জনে।।

আত্মহত্যা নে দুৰ্ঘটনা এতিয়াও পোহৰলৈ অহা নাই।।

বৰ্তমানলৈকে যুৱক জনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই।।

Related Articles