ডিগবৈত ৰে’লৰ খুন্দাত এজনৰ মৃত্যু। জানিবপৰা মতে ডিগবৈৰ গোলাইৰ নিবাসি অনুপ দাস নামৰ লোকজনৰ জোঁৱায়েক পিযুচ দাস নামৰ যুৱকজনক নিশা লিডু অভিমুখি ডেমু ৰে’লৰ খুন্দাত নিহত হয়।

প্ৰত্যক্ষদৰ্শী ভাষ্যৰ মতে যুৱকজনে হেড ফোনযুগে বাতালাপ কৰি গৈ আছিল নতুবা গানশুনি গৈ থাকোতেই ট্টেইনে মহতিয়াই থৈ যায়!
ডিগবৈৰ পৰা ৰুনু হাজৰিকা প্ৰতিবেদন

