November 15, 2023 গোলাঘাটৰ নিৰ্মীয়মান ধোদৰআলিত পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail গোলাঘাটৰ নিৰ্মীয়মান ধোদৰআলিত পথ দুৰ্ঘটনা। কালভাৰ্টৰ বাবে খন্দা গাঁতত সোমাই এজন লোকৰ মৃত্যু। খুমটাইৰ নগাঁৱত এই দুৰ্ঘটনাত নিহত ফটিক গগৈ নামৰ লোকজন। নিৰ্মাণ কোম্পানী অনুপম কনষ্ট্ৰাকচনৰ গাফিলতিৰ বাবে দুৰ্ঘটনাৰ অভিযোগ। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026