আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা সুৰুজ গগৈৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰত নিহত হোৱাৰ সুৰুজ গগৈৰ সন্দৰ্ভত অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এইদৰে কয় যে , .”SP Singla Constructions Private Limited” কোম্পানীটোৱে নিৰ্মাণ কৰি থকা বিহাৰৰ ভাগলপুৰৰ এখন দলং ধুমুহাৰ ফলত সহি পৰিছে। এই কোম্পানীটোৱে গুৱাহাটী -উত্তৰ গুৱাহাটী সংযুক্ত দলং তথা মাজুলীৰ দলং কেউখন বনাই আছে। সেয়েহে এই কোম্পানীটোৰ ওপৰত তদন্তৰ দাবী জনাই বিৰোধী দলপতি গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

লগতে তেখেতে অসম চৰকাৰৰ একবছৰ বৰ্ষপূৰ্তীৰ প্ৰাক মুহূৰ্তত তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি সমূহৰ আংশিক মানো পুৰণ নোহোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Related Articles