Breaking

অস্কাৰ বিজয়ী কোৰিয়ান অভিনেতা লী চান-কিউৰ মৃত্যু…

0 36

অস্কাৰ বিজয়ী কোৰিয়ান অভিনেতা লী চান-কিউৰ মৃত্যু।

নিজৰ বাহনত মৃতদেহ উদ্ধাৰ অভিনেতাগৰাকীৰ। ৪৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ লী চান-কিউৰ।

নিষিদ্ধ ড্ৰাগৰ সেৱনৰ অভিযোগত তদন্ত চলি আছিল অভিনেতাগৰাকীৰ বিৰুদ্ধে।

Leave A Reply