বঙাইগাঁৱত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ! জাপানীজ এনকেফেলাইটিছসদৃশ ৰোগত আক্ৰান্ত ১২ গৰাকী…

বঙাইগাঁৱত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ
জাপানীজ এনকেফেলাইটিছসদৃশ ৰোগত আক্রান্ত ১২ গৰাকী

ইয়াৰে দুগৰাকীৰ দেহত দেহত পোৱা গৈছে JE ভাইৰাছৰ তথ্য
সম্প্রতি চিকিৎসাধীন হৈ আছে আটাকেইজন


বান বিভীষিকাৰ পাছতে জিলাখনত বৃদ্ধি JEৰ প্রাদুৰ্ভাৱ

Related Articles