ঘোষণা হ’ল ২০২৬ বৰ্ষৰ পদ্ম সন্মান প্ৰাপকৰ নাম।(Padma Awards 2026)
অসমৰ ৩গৰাকী শিল্পীলৈ ২০২৬ বৰ্ষৰ পদ্মশ্ৰী সন্মান।
ভাস্কৰ্য শিল্পী তথা কলা-নিৰ্দেশক অসমৰ নুৰুদ্দিন আহমেদক পদ্মশ্ৰী সন্মান।
ভাস্কৰ্য শিল্পৰে প্ৰসিদ্ধ লাভ কৰা নুৰুদ্দিন আহমেদলৈ পদ্মশ্ৰী সন্মান।
পঞ্চাশ বছৰীয়া সুদীৰ্ঘ শিল্প-ভাস্কৰ্য সাধনাৰ স্বীকৃতি লাভ কৰি আনন্দিত নুৰুদ্দিন আহমেদ।
কাৰ্বি আংলঙৰ প্ৰসিদ্ধ লোকশিল্পী পখিলা লেকথেপীলৈ পদ্মশ্ৰী সন্মান।
অসমৰ কৃষি আৰু ৰেচম উদ্যোগলৈ অনবদ্য অৱদান আগবঢ়োৱা ড০ যোগেশ দেউৰীলৈ পদ্মশ্ৰী সন্মান।
বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা দেশৰ ৪৫ গৰাকীলৈ পদ্মশ্রী সম্মান।

