Pakistani TikTok star Sana Yousaf: পাকিস্তানত টিকটক ষ্টাৰ সনা ইউচুফক হত্যা
পাকিস্তানত এক নিৰ্মম কাণ্ড। পাকিস্তানৰ ৰাজধানী ইছলামাবাদত টিকটক ষ্টাৰ সনা ইউচুফক হত্যা কৰে। গুলীবিদ্ধ হৈ মৃত্যু হয় ষোড়শী সনা ইউছুফ।(Pakistani TikTok star Sana Yousaf)
এই পৰিদৰ্শনত উদ্যোগ বিভাগৰ যুটীয়া সচিব তথা মন্ত্ৰী গৰাকীৰ বিশেষ কৰ্তব্য বিষয়া ৰাজীৱ থাপা, বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু লোক নিৰ্মাণ বিভাগৰ প্ৰতিনিধিসকলো উপস্থিত থাকে।
উল্লেখযোগ্য যে, মলটো সম্পূৰ্ণ হ’লে ৰাজ্যৰ কৃষি, হস্ততাঁত, হস্তশিল্প, খাদ্য প্রক্রিয়াকৰণ আদি খণ্ডৰ উৎপাদক আৰু শিল্পীসকলৰ বাবে এটি বৃহৎ বজাৰ মুকলি হ’ব, যাৰ জৰিয়তে অসমৰ স্থানীয় সামগ্ৰীৰ জাতীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰচাৰ-বিপণনৰ এক নতুন দিগন্ত আৰম্ভ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।