২২ জানুৱাৰী ২৫) ১ম ক্ৰছ অভাৰ: পুল চি নম্বৰ ২ দল বনাম পুল ডি নম্বৰ ৩ দল (ভুৱনেশ্বৰ) ৪.৩০ বজাত ২৬) ২য় ক্ৰছ অভাৰ : পুল ডি নম্বৰ ২ দল বনাম পুল চি নম্বৰ ৩ দল (ভুৱনেশ্বৰ) সন্ধিয়া ৭:০০ বজাত
২৩ জানুৱাৰী ২৭) ৩য় ক্ৰছ অভাৰ: পুল এ ২য় দল বনাম পুল বি ৩য় দল (ভুৱনেশ্বৰ) ৪.৩০ বজাত ২৮) তৃতীয় ক্ৰছ অভাৰ: পুল বি ২য় দল বনাম পুল চি ৩য় দল (ভুৱনেশ্বৰ) সন্ধিয়া ৭:০০ বজাত
২৪ জানুৱাৰী ২৯) কোৱাৰ্টাৰ ফাইনেল ১: পুল এৰ নং ১ দল বনাম ২৫ নং মেচৰ বিজয়ী (ভুৱনেশ্বৰ) বিয়লি ৪:৩০ বজাত ৩০) ২য় কোৱাৰ্টাৰ ফাইনেল : পুল বিৰ ১ নং দল বনাম ২৬ নং মেচৰ বিজয়ী (ভুৱনেশ্বৰ) সন্ধিয়া ৭:০০ বজাত
২৫ জানুৱাৰী ৩১) তৃতীয় কোৱাৰ্টাৰ ফাইনেল : পুল চিৰ নং ১ দল বনাম ২৭ নং মেচৰ বিজয়ী (ভুৱনেশ্বৰ) বিয়লি ৪:৩০ বজাত ৩২) চতুৰ্থ কোৱাৰ্টাৰ ফাইনেল : পুল ডিৰ নং ১ দল বনাম ২৮ নং মেচৰ বিজয়ী (ভুৱনেশ্বৰ) সন্ধিয়া ৭:০০ বজাত
২৬ জানুৱাৰী নৱম স্থানৰ পৰা ১৬ স্থানলৈ চাৰিখন মেচ (ৰৌৰকেলা)
आदरणीय प्रधानमंत्री श्री @narendramodi जी द्वारा वीडियो कॉन्फ्रेंसिंग के माध्यम से काशी में विश्व की सबसे लंबी रिवर क्रूज 'गंगा विलास' यात्रा के शुभारंभ और 'टेंट सिटी' के उद्घाटन सहित अन्य विकासपरक परियोजनाओं के लोकार्पण/शिलान्यास कार्यक्रम में… https://t.co/KRihH0o6kk
জনপ্ৰিয় আমেৰিকান গায়িকা তথা গীতিকাৰ লিজা মেৰী প্ৰেছলীৰ বৃহস্পতিবাৰে নিশা মৃত্যু হয়। সংগীতজ্ঞগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে ততাতৈয়াকৈ লছ এঞ্জেলছৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়।