President Joe Biden, First Lady Jill Biden and Vice President Kamala Harris attend a Diwali reception, Monday, October 24, 2022, in the Red Room of the White House. (Official White House Photo by Erin Scott)
বেছি ঠাণ্ডা পানী বা ফ্ৰীজৰ পানী এই সময়ত খালে জোৰেৰে খাদ্যনলীৰে গতি কৰাৰ ফলত আভ্যন্তৰীণ কোষ্ঠৰ ক্ষতিসাধন কৰে। য়িদৰে এটা গৰম কেৰাহীত ঠাণ্ডা পানী ঢালি দিলে কেৰাহীটো ফাটি যায় অথচ নিজে নিজে ঠাণ্ডা হলে নাফাটে। শীতল পানীয় অথবা কল্ড ড্ৰিঙ্কচৃ পৰাপক্ষত নোখোৱাই ভাল। কল্ড ড্ৰিঙ্কচত কাৰ্বন, ব্ৰমিনেটেড ভিজিটেবল অইল , ডি,ডি,টি ইত্যাদি কেন্সাৰ সৃষ্টিকাৰক পদাৰ্থ দিয়া থাকে।
শীতল পানীয়ত আছলতে কোডেইন দিয়া কাৰণে সামান্য নিচা লাগে কাৰণে ঠাণ্ডা অনুভৱ হয় যদিও প্ৰকৃতাৰ্থত শৰীৰ ঠাণ্ডা নহয়। তাৰোপৰি শীতল পানীয়ই দাঁতৰ এনামেল নষ্ট কৰি দন্তক্ষয় কৰে। এটা শীতল পানীয়ৰ বটলত দাঁত এটা এমাহ ৰাখিলেই দাঁতটো গলি নোহোৱা হয়। এতিয়া চিন্তা কৰি চাওক, ই কিমান ক্ষতিকাৰক।
উল্লেখযোগ্য য়ে অসমীয়া মানুহে পানী নাখায়। এই কেইদিন শৰীৰৰ জলশূণ্যতা ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে যদিও প্ৰশ্ন কৰি জানিব পাৰিছো যে প্ৰায় ৮০% ৰোগীয়ে দিনটোত মাত্ৰ আধা লিটাৰমানহে পানী খায়। গতিকে অসমীয়া সকলৰ কিডনী ৰোগ হোৱাৰ ইয়ো এটা প্ৰধান কাৰণ।
আম্বাণী পৰিয়াল বুলিলে নতুনকৈ একো কোৱাৰ প্ৰয়োজনেই বা কি। অৱধাৰিতভাৱে সেই পৰিয়ালটোৰ আছে এটা বৃহৎ গেৰেজ। বিশ্বৰ আগশাৰীৰ দামী দামী গাড়ী আছে আম্বাণীৰ ব্যক্তিগত গেৰেজত। বহু বিলাসী বাহনৰ লগতে স্পোৰ্টছ কাৰৰ সংগ্ৰহ আছে এই গেৰেজত।
তেওঁলোকৰ গাড়ী সংগ্ৰহৰ ফটো আৰু বাতৰিয়ে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে। সেই সংগ্ৰহত সংযোজন ঘটিল বিশ্বৰ এখন বিলাসী এছইউভি বেন্টলে’ বেন্টেইগা।