এক ব্যস্ত জীৱনত, কাৰো ওচৰত তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ সময় নাই, এনেদৰে, বিভিন্ন ধৰণৰ ৰোগে তেওঁলোকক আগুৰি ধৰিছে। মেদবহুলতা সেইবোৰৰ ভিতৰত এটা। যদি দৈ আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰা হয়, তেনেহ’লে আপুনি বহুতো ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে আৰু আপোনাৰ চৰ্বিও হ্ৰাস হ’ব পাৰে। হয়, দৈ খোৱাৰ বহুতো লাভালাভ আছে, কিন্তু ইয়াক খোৱাৰ এক সঠিক সময় আৰু উপায় আছে। আজি আমি ইয়াৰ বিষয়ে কথা পাতিম।
লগতে পঢ়ক: এক চামুচ ঘিউৱে যাদুৰ কাম কৰে, কেনেকৈ জানক
বৰপেটাত Adani Foundation ৰ বানপীড়িতক সাহায্য প্রদান।অসমত বিভিন্ন দল সংগঠনে বানপীড়িত সকলক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে এই ক্ষেত্ৰত আদানী গ্ৰুপেও পিছ পৰি থকা নাই।আদানী ফাউদ্দেশ্যনৰ পৰা লোকপ্ৰিয়া গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সহযোগত বানাক্ৰান্তক সাহায্য প্ৰদান।এই সাহায্য বৰপেটাৰ ৪ নং ৱাৰ্ডৰ বানপীড়িতক সাহায্য প্ৰদান।প্ৰায় ৭০০ লোকক সাহায্য প্ৰদান।
সাহায্যৰ টোপোলাত আছে চাউল, দালি,মিঠাতেল আদিকেকৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী।প্ৰথমে বৰপেটাত সাহায্য বিতৰণৰ পিছত অসমৰ বিভিন্ন জিলাত সাহায্য প্রদান কৰা হব বুলি জানিব দিয়ে।
আই আই টি গুৱাহাটীৰ চমপপ্ৰদ উদ্ভাৱন।শীত-তাপ যন্ত্ৰৰ বিকল্প হ’ৱ ৰেডিয়েটিভ কুলাৰ।জ্ঞান আৰু প্ৰজ্ঞাৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ “Electronics and Electrical engineering” বিভাগৰ এটা গবেষকৰ দলে শেহতীয়াকৈ এটা চমকপ্ৰদ উদ্ভাৱন কৰিছে।
এই উদ্ভাৱনৰ দ্বাৰা এতিয়া বিদ্যুতৰ সহায় নোহোৱাকৈ আপুনি শীত-তাপ নিয়ন্ত্ৰণ যন্ত্ৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰিব “ৰেডিয়েটিভ কুলাৰ ” ।আই আই টি গুৱাহাটীৰ “Electronics and Electrical engineering”বিভাগৰ গবেষক ছাত্ৰ আশীষ কুমাৰ চৌধুৰীয়ে বিভাগটোৰ সহ : অধ্যাপক দেৱব্ৰত সিকদাৰ, এম টেকৰ ছাত্ৰ অনুৰাগ ৰেড্ডীৰ সহযোগত এই উদ্ভাৱন সাৰ্থক কৰি তুলিছে ।অতি কম খৰছত সকলোৱে ব্যৱহাৰ কৰিব পাৰিব ৰেডিয়েটিভ কুলাৰ । দিন ৰাতি সমানেই কাম কৰা এই যন্ত্ৰটোৱে তাৰ চাৰিওফালৰ পৰিবেশৰ শীত তাপ নিয়ন্ত্ৰণ কৰিব পাৰিব।