ভাৰতীয় বিভিন্ন ভাষাৰ সাহিত্যত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা সাহিত্যিকসকলক ভাৰতৰ সৰ্বোচ্চ সাহিত্যিক সন্মান দিয়া হয় জ্ঞানপীঠ বঁটা। জ্ঞানপীঠ বঁটা ২০২৫ হিন্দী প্ৰখ্যাত সাহিত্যিক, কবি আৰু ঔপন্যাসিক শুক্লা এই সন্মান লাভ কৰা(Vinod Kumar Shukla)ছত্তীশগড় ৰাজ্যৰ প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হৈছে। হিন্দী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০২৪ চনৰ বাবে ৫৯ সংখ্যক জ্ঞানপীঠ বঁটা লাভ কৰিব বিশিষ্ট হিন্দী সাহিত্যিক বিনোদ কুমাৰ শুক্লাই।হিন্দী প্ৰখ্যাত সাহিত্যিক, কবি আৰু ঔপন্যাসিক শুক্লা হৈছে ছত্তীশগড় ৰাজ্যৰ পৰা এই সন্মান লাভ কৰা প্ৰথমজন ব্যক্তি।
“তেওঁৰ লেখা সৰলতা, সংবেদনশীলতা আৰু অনন্য লেখা শৈলীৰ বাবে জনাজাত। আধুনিক হিন্দী সাহিত্যৰ পৰীক্ষামূলক লেখাৰ বাবেও তেওঁ বিখ্যাত। ১৯৭১ চনত তেওঁৰ প্ৰথমখন কবিতা পুথি ‘লগভাগ জয় হিন্দ’ প্ৰকাশ পাইছিল। ভাৰতীয় জ্ঞানপীঠৰ এক বিবৃতিৰ কথা উল্লেখ কৰিছে।
“তেওঁৰ কবিতা আৰু গল্পসমূহে সাধাৰণ জীৱনৰ সূক্ষ্মতাসমূহ সহজ ভাষাত উপস্থাপন কৰে।তেওঁৰ লেখাত সাধাৰণ মানুহৰ অনুভৱ, তেওঁৰ দৈনন্দিন জীৱন আৰু সমাজৰ জটিলতাসমূহ সুন্দৰভাৱে প্ৰকাশ কৰা হৈছে। তেওঁক অন্যান্য সন্মানীয় সন্মানৰ লগতে সাহিত্য অকাডেমী বঁটাও প্ৰদান কৰা হৈছে। “সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বঁটা লাভ কৰি অতিশয় আনন্দিত শুক্লাই তেওঁ এতিয়া আৰু একো লিখা নাই বুলি অনুশোচনা কৰে। উল্লেখ্য এই বঁটাৰ লগত আছে ১১ লাখ টকাৰ নগদ ধন, হিন্দু দেৱী বাগদেৱীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি আৰু প্ৰশস্তিপত্ৰ।
১৬) আঁঠুৰ ওপৰত থকা তিল সোঁ আঁঠুত তিল: এই তিলটো শুভ বুলি গণ্য কৰা হয়। এনে লোকসকল স্বাৱলম্বী আৰু কঠিন পৰিস্থিতিতো ধৈৰ্য্য বজাই ৰাখে। বাওঁ আঁঠুত তিল: এই তিলটোৱে সংঘাতৰ ইংগিত দিয়ে। এনে ব্যক্তিয়ে জীৱনত বহু বাধাৰ সন্মুখীন হ’বলগীয়া হয়, কিন্তু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা তেওঁলোকে সফলতা লাভ কৰিব পাৰে।
১৮) গোৰোহাত তিল সোঁ ভৰিৰ গোৰোহাত তিল: এনে লোক আধ্যাত্মিক প্ৰকৃতিৰ আৰু জীৱনত মানসিক শান্তি লাভ কৰে। বাওঁ ভৰিৰ গোৰোহাত তিল: এনে লোক কেতিয়াবা জেদী আৰু কঠোৰ স্বভাৱৰ হ’ব পাৰে।
ভাৰতীয় জ্যোতিষ আৰু সমুদ্ৰিকাশাস্ত্ৰৰ মতে শৰীৰত তিলৰ অৱস্থানে ব্যক্তিৰ স্বভাৱ আৰু ভৱিষ্যতৰ ওপৰত প্ৰভাৱ পেলায়। কিন্তু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এই কথা সম্পূৰ্ণৰূপে প্ৰমাণিত হোৱা নাই!