২৫ জানুৱাৰী, ২০২৫ঃ Adventage Assam । অসম, উত্তৰ-পূৰ্ব ভাৰতৰ এক সমৃদ্ধ ৰাজ্য, আঞ্চলিক আৰু গ্লোবেল অর্থনীতিৰ ভিতৰত এক শক্তিশালী পৰিচয় গঢ়াৰ লক্ষ্যৰে এডভেণ্টেজ অসম নামৰ এক বিশাল উদ্যোগ আৰম্ভ কৰিছে। এই উদ্যোগৰ মাধ্যমে অসমত বিশ্বৰ বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় এক মঞ্চ হিচাপে প্ৰসাৰিত কৰা । এডভেণ্টেজ অসম গ্লোবেল ইনভেষ্ট পৰিসৰে ৰাজ্যখনৰ অৰ্থনীতিৰ পূৰ্ণ বিকাশৰ এক নতুন দিশ প্ৰদান কৰি আছে।
উদ্দেশ্য ২০১৮ চনত অসম চৰকাৰে আয়োজিত এডভেণ্টেজ অসম গ্লোবেল ইনভেষ্টৰ সামিট ৰ লক্ষ্য আছিল দেশ-বিদেশৰ বিনিয়োগকাৰীসকলক অসমত বিনিয়োগৰ বাবে আকৰ্ষিত কৰা। মূল উদ্দেশ্য আছিল অসমৰ সম্ভাৱনাৰ সৈতে জড়িত বিভিন্ন খণ্ডৰ বিকাশৰ বাবে নিৰ্দিষ্ট বিনিয়োগৰ সুবিধা সৃষ্টি কৰা। অসম, যি বিশাল প্ৰাকৃতিক সম্পদৰে পূৰ্ণ, এক সফল বাণিজ্যিক গন্তব্য হিচাপে প্ৰতিষ্ঠিত হোৱাৰ চেষ্টাত আগবাঢ়িছে।
Saraswati Puja 2025: এই বছৰ সৰস্বতী পূজা দুদিনীয়া নেকি?
দেৱী সৰস্বতী অপাৰ্থিৱ সম্পদৰ দেৱী। এই বছৰৰ দেৱী সৰস্বতী পূজাৰ সময় জানি লওক।(Saraswati Puja 2025)মাতৃ সৰস্বতী হৈছে শিক্ষা, জ্ঞান, সংগীতৰ দেৱী। এহাতত কিতাপ আৰু আনখন হাতত বীন লৈ বগা পদুমত বহি আছে দেৱী। দেৱীক বীনাপানী বুলি কোৱা হয় কাৰণ তেওঁৰ হাতত বীণা আছে।
ভাৰতৰ হিন্দু সম্প্ৰদায়ৰ লোকসকলে পালন কৰা এক ডাঙৰ উৎসৱ হ’ল সৰস্বতী পূজা। হিন্দু শাস্ত্ৰমতে সৰস্বতী হৈছে ‘জ্ঞান আৰু বিদ্যা’ৰ দেৱী। প্ৰতিবছৰে মাঘ মাহৰ পঞ্চমী তিথিত এই উৎসৱ পালন কৰা হয়।
১/ ভিটামিন এ যেতিয়া এগৰাকী মহিলাৰ বয়স ৪০ৰ পৰা ৪৫ বছৰ হয় তেতিয়া তেওঁৰ ৰজোনিবৃত্তি শেষ হয় আৰু ইয়াৰ ফলত তেওঁৰ শৰীৰত বহু পৰিৱৰ্তন হয়। ভিটামিন এৰ সহায়ত সেই পৰিস্থিতিত সৃষ্টি হোৱা সমস্যাৰ পৰা উপশম পাব পাৰি। ইয়াৰ বাবে বিলাহী, পালেং, অমিতা খাব লাগে।
২/ ভিটামিন বি ভিটামিন বি অৰ্থাৎ ফলিক এচিড গৰ্ভৱতী মহিলাৰ বাবে অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান যদি তেওঁলোকৰ শৰীৰত এই পুষ্টিকৰ অভাৱ হয়, তেন্তে শিশুৰ জন্মগত বিসংগতিৰ সমস্যা হ’ব পাৰে।
৩/ ভিটামিন ডি আমাৰ হাড়বোৰ ভিটামিন ডিৰ জৰিয়তে শক্তিশালী হয়, বয়স বৃদ্ধিৰ লগে লগে মহিলাৰ হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে, সেয়েহে কেলচিয়ামৰ লগতে ভিটামিন ডি গ্ৰহণ কৰাটোও অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে দিনটোত ১৫ৰ পৰা ৩০ মিনিট ৰ’দত কটাব লাগে আৰু লগতে গাখীৰ, পনিৰ, কাঠফুলা, চৰ্বিযুক্ত মাছ আৰু কণী আদি বস্তুও গ্ৰহণ কৰিব লাগে।