এনেকৈ উপহাৰ লাভ কৰোঁতা সকলৰ ভিতৰত মঙলদৈৰ বিশিষ্ট ৰক্তদাতা সমাজকৰ্মী শেখৰ মজুমদাৰ,সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি খনীন্দ্ৰ ৰাজবংশী, অসম সাহিত্য সভাৰ প্ৰাক্তন মুখপাত্ৰ তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ চহিৰ ভূঞা, অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুটৰাজ শৰ্মা, মঙলদৈৰ সংবাদিক অজয় ডেকা, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু শৰ্মা, আপকুৰ দৰং জিলা সমিতিৰ সভাপতি, সাংবাদিক বাবুল মকছেদ আহমেদৰ উপৰি আন বহু কেইগৰাকী সমাজ সচেতন ব্যক্তি।
কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মনৰ এনে ব্যতিক্ৰমী পদক্ষেপেৰে দেখুওৱা মহানুভৱতাৰ বাবে সকলোয়ে শলাগ লয়। ইফালে মঙলদৈ গ্ৰন্থমেলাৰ শনিবাৰে সফলতাৰে সমাপ্তি হ’ল যদিও তাৰ সমানতৰালকৈ পোহৰলৈ আহিছে কেতবোৰ ইতিবাচক খবৰ। সাধাৰণতে সততে শুনা যায়,অসমত লিখক আৰু কিতাপৰ সংখ্যা বাঢ়িছে কিন্তু কিতাপ কিনা লোক আৰু পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পাইছে।
একেদৰে গ্ৰন্থমেলা সমূহতো গ্ৰন্থ বিক্ৰী সন্তোষজনক নহয় বুলিও আক্ষেপ কৰা পৰিলক্ষিত হয়। কিন্তু বিগত ৮ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা মঙলদৈ গ্ৰন্থমেলাই এই ধাৰণা ভুল বুলি প্ৰতিপন্ন কৰিলে সকলোকি।
বহুতে চাহৰ লগত ইডলি খায় স্বাস্থ্যকৰ বুলি ভাবি। কিন্তু এই প্ৰথা একেবাৰে শুদ্ধ নহয়। পুষ্টিবিদসকলে কয় যে চাহৰ সৈতে ইডলি খালে শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’ব। লাভতকৈ লোকচানহে বেছি হ’ব।
কেক-পেষ্ট্ৰি
বহুতৰে চাহৰ লগত কেক বা পেষ্ট্ৰি খোৱাৰ অভ্যাস আছে। পুষ্টিবিদসকলৰ মতে প্ৰচুৰ পৰিমাণে চেনি বা ক্ৰীমযুক্ত চাহ খালে তেজত চেনিৰ মাত্ৰা বৃদ্ধি পাব। চাহৰ লগত কেক খোৱাটো একেবাৰে ঠিক নহয়।
কি খাব চাহৰ সৈতে-
মাখানা চাহৰ লগত খাব পাৰি। কিন্তু চাহৰ লগত কোনো বাদাম নাখাব। পুষ্টিবিদসকলে কয় যে চাহৰ সৈতে আলমণ্ড খালে অৰ্শৰ সমস্যা বাঢ়িব।
ইফালে মুখ্যমন্ত্ৰীৰ সন্মানাৰ্থে ভূটানৰ যুৱক-যুৱতীসকলে পৰিৱেশন কৰা অসমৰ বিহুৰ লগতে দেশখনৰ পৰম্পৰাগত নৃত্যৰে এক নান্দনিক পৰিৱেশ গঢ়ি তোলে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰথম ভূটান ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।
উল্লেখ্য যে অসমৰ সৈতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ঐতিহাসিক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণে ভূটান আৰু অসমৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিব।