মাৰ্ছেল আৰ্ট কেৱল শাৰীৰিক ক্ৰিয়া-কলাপ নহয়, শিশুৰ বাবেও এক মূল্যৱান জীৱনৰ শিক্ষা
আত্মৰক্ষাৰ শিক্ষা দিয়ে
মাৰ্ছেল আৰ্টত শিশুক আত্মৰক্ষাৰ দক্ষতা শিকোৱা হয়। আজিৰ সমাজত নিৰাপত্তা অতি গুৰুত্বপূৰ্ণ। যুদ্ধ কলাৰ কৌশলে শিশুৱে বিপদত নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়।
আত্মবিশ্বাস বৃদ্ধি কৰে
মাৰ্ছেল আৰ্ট শিকি শিশুৱে নিজৰ ওপৰত আত্মবিশ্বাস লাভ কৰে। নতুন কৌশল শিকিবলৈ পাকৈত হোৱাৰ লগে লগে ই আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰে।
শাৰীৰিক ফিটনেছ নিশ্চিত কৰে শিশুৰ শাৰীৰিক ফিটনেছৰ বাবে যুদ্ধ কলা অতি ফলপ্ৰসূ। ই শৰীৰক ফিট কৰি ৰাখে, পেশী শক্তিশালী কৰে আৰু শাৰীৰিক সহনশীলতা বৃদ্ধি কৰে।
অনুশাসন আৰু মনোযোগ বৃদ্ধি কৰে যুদ্ধ কলাত শিশুৰ মাজত অনুশাসন আৰু মনোযোগৰ সৃষ্টি হয়। ই তেওঁলোকক নিয়মিতভাৱে অনুশীলন কৰিবলৈ প্ৰেৰণা দিয়ে আৰু জীৱনৰ অন্যান্য ক্ষেত্ৰতো অনুশাসনৰ গুৰুত্ব শিকাই।
মানসিক শক্তি বৃদ্ধি কৰে কেৱল শাৰীৰিক নহয়, যুদ্ধ কলাৰ মানসিক শক্তি আৰু স্থিৰতা লাভ কৰাত সহায় কৰে। ই শিশুসকলক ধৈৰ্য্য ধৰিবলৈ শিকায় আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাহসী হ’বলৈ সহায় কৰে।
সামাজিক দক্ষতা বৃদ্ধি কৰে যুদ্ধ কলাৰ ক্লাছত বিভিন্ন বয়স আৰু পটভূমিৰ শিশুৰ সৈতে মিহলি হোৱাটো জড়িত হৈ থাকে। ই শিশুসকলক গোটত কাম কৰা, বন্ধুত্ব গঢ়ি তোলা আৰু সামাজিক যোগাযোগৰ দক্ষতা বৃদ্ধি কৰাত সহায় কৰে।
অভিযোগনামাত কোৱা হৈছে যে আদানী(adani) আৰু ইয়াৰ শীৰ্ষ কাৰ্যবাহীসকলে ভাৰত চৰকাৰৰ বিষয়াসকলক উৎকোচ দিছিল যাতে নবীকৰণযোগ্য শক্তি খণ্ডত লাভজনক চুক্তি লাভ কৰিব পাৰে। এই চুক্তিসমূহে ২০ বছৰত ২০০ বিলিয়ন ডলাৰতকৈ অধিক লাভৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
Gautam adani....গৌতম আদানী(CEO,adani group)
অৱশ্যে এই অভিযোগ সন্দৰ্ভত আদানী গ্ৰুপে ততাতৈয়াকৈ কোনো মন্তব্য কৰা নাই। ইয়াৰ উপৰিও আদানী গ্ৰুপে ৩ বিলিয়ন ডলাৰৰ ঋণ আৰু বণ্ডো সংগ্ৰহ কৰিছে, য’ত কিছুমান আমেৰিকাৰ প্ৰতিষ্ঠানৰ পৰাও সংগ্ৰহ কৰা হৈছে। কিন্তু এই প্ৰক্ৰিয়াত ভুৱা তথ্য প্ৰদান কৰাৰ লগতে উৎকোচ গোচৰৰ তদন্তত বাধাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে।
আমেৰিকাৰ এটৰ্নী ব্রায়ান পিছে কয় যে প্ৰতিবাদকাৰীসকলে ভাৰত চৰকাৰৰ বিষয়াসকলক উৎকোচ দি চুক্তি জয় কৰিবলৈ আৰু আমেৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীক বিপথে পৰিচালিত কৰাৰ এক জটিল ষড়যন্ত্ৰৰ পৰিকল্পনা কৰিছিল।লগতে তেওঁ কয় যে আমাৰ বিত্তীয় বজাৰৰ অখণ্ডতা ৰক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতিৰ বিৰুদ্ধে আমি কঠোৰ স্থিতি গ্ৰহণ কৰিছো।
কেৱল ফলৰ লগত নহয়, কোনো খাদ্যৰ লগত পানী সেৱন কৰিব নালাগে। ই হজম শক্তি দূৰ্বল কৰিব পাৰে।
গোটা ফল খাবলৈ চেষ্টা কৰক
বহুতে ফলৰ ৰস খাবলৈ ভাল পায়। কিন্তু এই প্ৰথা ভাল নহয়। ফলৰ সকলো পুষ্টিকৰ উপাদান পাবলৈ গোটেই ফলটো চোবাই খালে অধিক উপকাৰী। এই অভ্যাস দাঁত আৰু আঁঠুৰ বাবে উপকাৰী।
দ্বিতীয়তে জিনেটিক্স অৰ্থাৎ পৰিয়াল কেন্দ্ৰিক অৰ্থাৎ পৰিয়ালৰ উচ্চ ইউৰিক এচিডৰ ইতিহাসও এটা প্ৰধান কাৰণ হব পাৰে, যিটো আমি এটা বিশেষ জিনে কঢ়িৱাই বুলি কোৱা হয়। তাৰ উপৰি অতিৰিক্ত ওজন বা শৰীৰ মেদবহুল হ’লেও শৰীৰত ইউৰিক এচিডৰ উৎপাদন বৃদ্ধি পাব পাৰে।
ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো সুস্বাস্থ্য বজাই ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা। শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে, তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী। কিছুমান ঘৰুৱা ব্যবস্থাৰ দ্বাৰাইও ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিব পাৰি। এই ব্যৱস্থাৰ ভিতৰত খাদ্যভাসৰ সাল সলনি অতীৱ প্ৰয়োজন।
কিছুমান খাদ্যত অধিক পৰিমাণৰ পিউৰিন থাকে, আৰু এই পিউৰিনৰ পৰা শৰীৰত ইউৰিক এচিডৰ উৎপাদন হয় বা উৎপাদন বৃদ্ধি হয়। গতিকে এনে ব্যক্তিয়ে পিউৰিন সমৃদ্ধ খাদ্যৰ পৰা আঁতৰি থাকিব লাগে।
ইয়াৰ পৰিৱৰ্তে পিউৰিনৰ পৰিমাণ কম থকা খাদ্য বাছি ল’ব লাগে, যেনে- ফলমূল আৰু শাক-পাচলি, বাদাম আৰু বাদামৰ ঘিউ, চৰ্বিমুক্ত বা কম চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰী, ৰুটি, ভাত ইত্যাদি।
ইয়াৰ উপৰি ইহঁত আঁহ আৰু ভিটামিন চিৰ উৎকৃষ্ট উৎস। গতিকে চেৰী বা চেৰিৰ ৰসে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস কৰে। বিভিন্ন এলকহলত পিউৰিনৰ পৰিমাণ বেলেগ বেলেগ, বিয়েৰত বিশেষভাৱে বেছি থাকে।
গতিকে এনে ব্যক্তিয়ে মদ্যপান ত্যাগ কৰিব লাগিব। যদিও কিছুমান এলকহলত পিউৰিনৰ মাত্ৰা কম থাকে বুলি কোৱা হয়, তথাপিও কিন্তু এলক’হলে শৰীৰত পিউৰিন উৎপাদন প্ৰক্ৰিয়াক উদ্দীপিত কৰিব পাৰে।