Tata-Airbus Aircraft Plant: বদোদৰাত ভাৰত আৰু স্পেইনৰ দুই মূৰব্বীৰ বিশাল ৰোড শ্ব’; দুয়ো উদ্বোধন কৰিলে এয়াৰবাছৰ এচেম্বলিৰ এটা প্ৰকল্প
বদোদৰা, ২৮ অক্টোবৰ: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi) আৰু স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰ’ ছানচেজে(Spain President Pedro Sanchez) আজি উপস্থিত হয় বদোদৰাত। প্ৰথমতে মোডী আৰু ছানচেজে বদোদৰা বিমানবন্দৰৰ পৰা টাটা প্লাণ্টলৈকে প্ৰায় আঢ়ৈ কিলোমিটাৰ দূৰত্বৰ এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে । ইয়াৰ পিছত দুয়োজন নেতাই চি-২৯৫ সামৰিক বিমান নিৰ্মাণৰ বাবে টাটা এয়াৰবাছৰ এটা এছেম্বলি ইউনিট উদ্বোধন কৰে(Tata-Airbus Aircraft Plant)।
Speaking at the inauguration of the C-295 Aircraft facility in Vadodara. It reinforces India's position as a trusted partner in global aerospace manufacturing.https://t.co/VvuC5izfPM
এই সপ্তাহত গ্ৰহৰ গতিবিধিৰ বিভিন্ন পৰিৱৰ্তন। অহা ৭ দিনত জ্যোতিষৰ বহু পৰিৱৰ্তন দেখা যাব। দীপাৱলী, ধনতেৰাছ, কালীপূজা। নতুন সপ্তাহত ইটোৰ পিছত সিটো উৎসৱ। ইয়াৰ সমান্তৰালকৈ গ্ৰহ-নক্ষত্ৰৰ গতিবিধিৰ বিভিন্ন পৰিৱৰ্তন ঘটে। (Rashifal)
পৰমগুৰু কৃষ্ণগুৰুৰ অসাধাৰণ আধ্যাত্মিক চেতনাশক্তি আৰু শান্তি তথা ভাতৃত্ববোধৰ দিশত আগবঢ়োৱা অনবদ্য অৱদানে সমাজ জীৱনক উদ্বুদ্ধ কৰি থাকিব বুলি তেখেতে উল্লেখ কৰে। আনহাতে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰে আধ্যাত্মিকতাৰ উপৰি আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰি থৈ গৈছে। এখন উদ্যমী যুৱ সমাজৰ বাট তেখেতে দেখুৱাই থৈ গৈছে।
২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত যুৱচামে সবল ভূমিকা পালন কৰিব। এই দিশত আধ্যাত্মিক চেতনাশক্তিও হ’ব অত্যন্ত প্ৰয়োজনীয়। আজি এই বিশেষ ক্ষণত উপস্থিত থাকি অসমবাসীক উদ্বুদ্ধ কৰাৰ বাবে উপ-ৰাষ্ট্ৰপতিক অশেষ ধন্যবাদ জনাইছোঁ।
যুৱশক্তি মহাশক্তি। যুৱ সমাজৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামগ্ৰিক সবলীকৰণে এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব। আজি যুৱ সমাজৰ এই দ্বি-বাৰ্ষিক অধিৱেশনত শান্তি-সমন্বয়, ভাতৃত্ববোধ আৰু যুৱ সবলীকৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰতিফলিত হ’ল।
মোদীৰ বলিষ্ঠ আৰু দূৰদৰ্শী নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলে এতিয়া উন্নয়ন আৰু স্থায়ী শান্তিৰ এক নতুন অধ্যায় লিপিবদ্ধ কৰি দেশৰ বিকাশৰ নতুন ইঞ্জিনৰূপে চিহ্নিত হৈছে।
এই সময়ছোৱাত লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰীসকল- চন্দ্ৰমোহন পাটোৱাৰী, ডাঃ ৰণোজ পেগু, যোগেন মহন, ইউ জি ব্ৰহ্ম, অতুল বৰা, কেশৱ মহন্ত, জয়ন্ত মল্ল বৰুৱা, সঞ্জয় কিষাণ, বিমল বড়া, বিধায়ক নৱ কুমাৰ দলে প্ৰমুখ্যে অন্যান্য জনপ্ৰতিনিধিসকল আৰু বিশিষ্ট ব্যক্তিসকল।
গুৱাহাটী, ২৭ অক্টোবৰ: অৱশেষত আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন । মহানগৰ আৰক্ষীৰ এটা দলে গোৱা ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে দীপাংকৰক(DB Stock Owner Dipankar Barman Arrested) ৷ ডি বি ষ্টক জৰিয়তে বহু লোকৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰি পলাতক হৈ আছিল দীপাংকৰ(Multi-Crore Scam in Assam) ।
অৱশেষত গুৱাহাটী মহানগৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত অমিত মাহাতোৰ নেতৃত্বত যোৱা এটা দলে দেওবাৰে সন্ধিয়া গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰিলে দীপাংকৰ বৰ্মনক ৷ গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই সামাজিক মাধ্যমৰ জৰিয়তে জনালে এই তথ্য ৷
Absconding accused Dipankar Barman of DB Stock scam has been arrested in Goa by a Team from CGPD under leadership of Amit Mahato, IPS, ACP Pan Bazar with the support of Crime Branch of @Goa_Police in connection with an ongoing investigation. pic.twitter.com/KHI2UTvYRH