ইফালে, এই আক্ৰমণৰ পিছতেই নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটোত আক্ৰমণকাৰীৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰিছে। বাৰামুল্লা আৰক্ষীয়ে এক বিবৃতিযোগে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজৰ এই গুলীচালনাৰ ঘটনাৰ কথা নিশ্চিত কৰিছে।
আৰক্ষীয়ে জনোৱা মতে, “বাৰামুল্লা জিলাৰ নাগিন পোষ্টৰ সমীপৰ বুটাপাথ্ৰি খণ্ড(Butapathri sector)ত সেনাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলিৰ এটা ঘটনা সংঘটিত হয়। আমাৰ হাতলৈ অহা তথ্যসমূহ পৰীক্ষা কৰাৰ অন্তত অধিক বিৱৰণ শ্বেয়াৰ কৰা হ’ব।”
সন্ত্ৰাসবাদীৰ দ্বাৰা সেনাৰ বাহনত হোৱা এই আক্ৰমণৰ পিছতেই জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই ঘটনাক লৈ দিছে গৰিহণা । টুইটাৰৰ এটা পোষ্টত তেওঁ লিখিছে, “উত্তৰ কাশ্মীৰৰ বুটাপাথ্ৰি অঞ্চলত সেনাবাহিনীৰ বাহনত হোৱা আক্ৰমণৰ খবৰটো অত্যন্ত দুৰ্ভাগ্যজনক, যাৰ বাবে একাংশ লোক নিহত আৰু আহত হৈছে। কাশ্মীৰত শেহতীয়াকৈ সংঘটিত এই ধাৰাবাহিক আক্ৰমণ এক গভীৰ চিন্তাৰ বিষয় । মই এই আক্ৰমণক তীব্ৰ গৰিহণা দিছো আৰু নিহতসকলৰ প্ৰিয়জনৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। লগতে আঘাতপ্ৰাপ্তসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছো। “
Very unfortunate news about the attack on the army vehicles in the Boota Pathri area of North Kashmir which has resulted in some casualties & injuries. This recent spate of attacks in Kashmir is a matter of serious concern. I condemn this attack is the strongest possible terms &…
ইয়াৰে ভিতৰত এজন হ’ল সমাজকৰ্মী তথা আন্তঃ ৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থাৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মন আৰু আনজন হ’ল ক্ষুদ্ৰ ব্যৱসায় আৰু সমাজৰ বিভিন্ন কামৰ সৈতে জড়িত অনুপ কুমাৰ কৰ্মকাৰ দুয়োজন প্ৰাৰ্থীয়ে লগত কিছু সংখ্যক সমৰ্থক আৰু শুভাকাংক্ষীলৈ বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যায়ত উপস্থিত হৈ বিধানসভা সমষ্টিটোৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰি উঠি সংবাদ মাধ্যমৰ আগত নিৰ্বাচনী যুঁজত নামি পৰাৰ কথা ঘোষণা কৰে ৷
সংবাদ মাধ্যমৰ আগত সমাজকৰ্মী ভদ্ৰেশ্বৰ বৰ্মনে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদ ফণীভূষণ চৌধুৰীক সমালোচনা কৰি কয় যে বঙাইগাঁৱত বিগত ৪০ বছৰে ফণীভূষণ চৌধুৰীৰ নিস্ক্ৰিয়তাৰ কাৰণে বঙাইগাঁৱৰ বৃহৎ অংশ এটা বিটিআৰত গুচি গ’ল আৰু বিটিআৰ চুক্তিৰ ফলত বঙাইগাঁও, ধুবুৰীকে ধৰি অসমৰ এটা বৃহৎ অংশ গুচি যাব ৷ য’ত আনমাৰ অনাবড়ো মানুহখিনিৰ মৌলিক অধিকাৰ খৰ্ব হোৱাৰ লগতে ভূমিৰ অধিকাৰ হেৰুৱাই পেলাব ৷ সেয়ে আমি আমাৰ ভেঁটি ৰক্ষা কৰিব লাগিব ৷ আনহাতে সমাজত দিনে দিনে বৃদ্ধি পাই অহা মাদক দ্ৰব্যৰ প্ৰচলন সন্দৰ্ভত কয় যে আজি সমাজত যিধৰণে মাদক দ্ৰব্যৰ প্ৰচলন হৈছে এই মাদক দ্ৰব্যৰ প্ৰচলনে উঠি অহা ল’ৰা- ছোৱালীৰ জীৱন ধ্বংস কৰি দিছে ৷ কোনো কৰ্মসংস্থাপনৰ সৃষ্টি নাই ৷
সেয়ে যদি মই নিৰ্বাচনত বিজয়ী হওঁ তেতিয়াহলে ল’ৰা- ছোৱালীসকলক কৰ্মসংস্থাপনৰ জৰিয়তে তেওঁলোকক মাদক দব্য বৰ্জনৰ আহ্বান জনাই আমাৰ জাতি, আমাৰ মাটি, আমাৰ ভেঁটি, আমাৰ বজাৰ শ্লোগানেৰে কৰ্মসংস্থাপন সৃষ্টি কৰিম ৷ নিৰ্বাচনত তেওঁৰ এয়াই নিৰ্বাচনী মূল ইচ্ছ্যু আৰু এই ইচ্ছ্যুলৈয়ে ভোটাৰ ৰাইজৰ কাষ চাপিব বুলিও কয় ৷ ইপিনে অগপ, কংগ্ৰেছ আৰু বিজেপিৰ কথা নকও বুলি কৈ কয় যে এইবাৰ মোৰ বিজয় নিশ্চিত ৷ কোনে কি কৰিছে মোৰ ক’বলগীয়া নাই ৷ কিন্তু এইবাৰ নিৰ্বাচনত একমাত্ৰ ভৰিৰ তলৰ ভেঁটি ৰক্ষাৰ স্বাৰ্থত বঙাইগাঁও সমষ্টিবাসী ৰাইজে মোক বিপুল ভোটত জয়ী কৰাব ৷
তেওঁৰ প্ৰতিদ্বন্দ্বিতা মূলত অগপৰ লগত হ’ব বুলি কৈ কয় যে যদিওবা অগপৰ ভেঁটি শক্তিশালী নহয়, তথাপিও তেওঁলোকৰ লগতে হ’ব ৷ কাৰণ কংগ্ৰেছে দহ হাজাৰতকৈ বেছি ভোট নেপায় ৷ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে ৮০ হাজাৰতকৈ বেছি ভোট লাভ কৰি বিজয়ী হ’ব বুলিও দাবী কৰে ৷ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত এতিয়া তেওঁ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু এইবাৰ ভেঁটি ৰক্ষাৰ স্বাৰ্থত তেওঁক ভোট দিবলৈ আহ্বান জনাব বুলি কৈ কয় যে ভোটাৰ ৰাইজে কোনো ধন আৰু আঁচনিৰ বাবে ভোট দিব নালাগে ৷ কাৰণ এই আঁচনিসমূহে অসমৰ অৰ্থনৈতিক বুনীয়াদ ধ্বংস কৰি দিছে ৷ আজি অসমৰ জনমূৰি ঋণৰ পৰিমাণ ৫৫ হাজাৰ ৷
কেন্দ্ৰীয় চৰকাৰৰ ঋণৰ পৰিমাণ ১ লাখ ৫৭ হাজাৰ ৷ এজন ল’ৰা বা ছোৱালী জন্ম হোৱাৰ লগে লগে তেওঁলোকৰ মূৰত ৰাজ্য চৰকাৰৰ ৫৫ হাজাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ১ লাখ ৫৭ হাজাৰ টকা ঋণৰ বোজা পৰে ৷ সেয়ে এইবোৰ সমস্যাকলৈ আলোচনা কৰিব বুলিও কয় ৷ তেওঁ পুনৰ কয় যে সমাজৰ পৰা মদৰ প্ৰচলন বন্ধ কৰিবই লাগিব ৷ কাৰণ মদ বন্ধ নকৰিলে যুৱ প্ৰজন্ম শেষ হৈ যাব ৷ যদিহে মদ আৰু মাদক দ্ৰব্য বন্ধ নহয় তেতিয়াহলে যুৱ প্ৰজন্ম ধ্বংস হৈ যাব ৷
উল্লেখ্য যে ইয়াৰ পূৰ্বে তেওঁ সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও বাজেয়াপ্ত হৈছিল আমানতৰ ধন ৷ এই সন্দৰ্ভত তেওঁ কয় যে মই এটা বিশেষ কাৰণত নিৰ্বাচন খেলিছিলো যদিও কোনো নিৰ্বাচনী প্ৰচাৰেই চলোৱা নাছিলো ৷ এনআৰচিৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলো যদিও উচ্চতম ন্যায়ালয়ত মই নৈতিকভাবে বিজয়ী হৈছিলো ৷ সেয়ে সেইবাৰৰ কথাটো সুকিয়া আছিল ৷ ইপিনে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰা আনগৰাকী প্ৰাৰ্থী অনুপ কুমাৰ কৰ্মকাৰে মনোনয়ন পত্ৰ দাখিল কৰি উঠি সংবাদ মাধ্যমৰ আগত কয় যে মোৰ বৰ্তমান বয়স ৪৫ বছৰ ৷ মই সমাজৰ বিভিন্ন স্তৰত কাম কৰিছো ৷ হিন্দু সংগঠনৰ লগত জড়িত আছিলো আৰু সমাজৰ বিভিন্ন কাম কৰিছো ৷ ৰাজনীতিত এইবাৰেই প্ৰথম খোজ দি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছো ৷ সমাজৰ প্ৰতি এটা দায়িত্ব আৰু সমাজৰ হৈ নিস্বাৰ্থভাবে কাম কৰাৰ বাবে শুদ্ধ অন্তকৰণেৰে ৰাজনীতিত প্ৰৱেশ কৰিছো ৷
ৰাইজে সহায় কৰিলে যিবোৰ কাম ৰাজনীতিৰ লগত জড়িত নোহোৱাকৈ কৰিবলৈ পৰা নেযায় সেইবোৰ কাম কৰি যাম ৷ তেওঁ কয় যে মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অহা নাই আৰু কাৰোবাক জয়ী কৰিবলৈকো বা হৰুৱাবলৈকো অহা নাই ৷ মোৰ এটা নিজৰ চিবাৰ বিৱেচনা আছে আৰু সেই হিচাপে ৰাজনীতিত প্ৰৱেশ কৰিছো ৷ তেওঁ আৰু কয় যে ৰাইজৰ হৈ কাম কৰিবলৈ ইচ্ছা থাকিলে ৰাজনীতিও এটা পদ্ধতি হ’ব পাৰে আৰু ৰাজনীতত থাকি সামাজৰ বহু মানুহৰ কল্যাণ কৰিব পাৰি ৷
তাৰোপৰি ধন নহলে ৰাজনীতি কৰিব নোৱাৰা কথাটো সমৰ্থন নকৰি কয় যে মোকো বিভিন্নজনে কৈছে যে ৰাজনীতিত প্ৰৱেশ কপিবলৈ হলে কোটি কোটি টকা খৰচ কৰিব পাৰিব লাগিব ৷ হয়, মোৰ একো নাই ৷ আনকি মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰয়োজনীয় ধনখিনিও মোৰ সমৰ্থক আৰু শুভাকাংক্ষীসকলে জমা দিছে ৷ কিন্তু এয়া তাৰ এটা দৃষ্টান্ত ৷ প্ৰাৰ্থীগৰাকীয়ে সাধাৰণ মানুহৰ অধিকাৰ, সুৰক্ষা আৰু মৰ্যদাৰ ওপৰতো গুৰুত্বাৰোপ কৰে ৷ তেওঁ নিৰ্বাচনত জয়ী হলে প্ৰথমতে যুৱকসকলৰ কাৰণে আৰ্থ সামাজিক উন্নয়ন,মহিলাসকলৰ সুৰক্ষা, ভ্ৰষ্টাচাৰ নিৰ্মূলৰ বাবে কাম কৰিব বুলিও কয় ৷
পিছে এওঁলোকৰ মনৰ আশা সফল কৰিবলৈ ভোটাৰ ৰাইজে সহায় কৰিবনে ? নিৰ্বাচনত জয়- পৰাজয় থাকেই ৷ কিন্তু এই মনোভাৱ তথা ইচ্ছ্যুলৈ এইদৰে ৰাজনীৰ পথাৰলৈ প্ৰাৰ্থীৰ আগমণ ঘটাটো বৰ্তমান সময়ত নিশ্চয়কৈ আদৰণীয় ৷ প্ৰলোভন আৰু বোকা ছটিওৱা ৰাজনীতিৰে অধিকাংশ দলৰ প্ৰাৰ্থীয়ে বৰ্তমান পৰিৱেশ বিনষ্ট কৰি অহাৰ সময়ত এনে প্ৰাৰ্থীৰো যে সমাজত প্ৰয়োজন ভোটাৰ ৰাইজে নিশ্চয় এবাৰ অনুধাৱন কৰিব ৷
কোম্পানীটোৱে মঙলবাৰে এই ড্ৰীম লেব মুকলিৰ কথা উল্লেখ কৰি ঘোষণা কৰে যে, AI চালিত টেক্সট টু ইমেজ জেনেৰেটৰ, যিয়ে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ প্ৰজেক্টৰ বাবে নিখুঁত ইমেজ বিচাৰি উলিওৱাত সহায় কৰিবলৈ ফটো আৰু গ্রাফিক্স তৈয়াৰ কৰিব পাৰিব । এই ইমেজ জেনেৰেশ্যন টুলটো লিঅ’নাৰ্ডো-এআইৰ ফিনিক্স ফাউণ্ডেশ্যনেল মডেলৰ দ্বাৰা চালিত আৰু ই বিভিন্ন ব্যৱহাৰৰ ক্ষেত্ৰ প্ৰদান কৰিব ।
ভিজুৱেল কমিউনিকেশ্বন প্লেটফৰ্ম Canvaই ইতিমধ্যে ব্যৱহাৰকাৰীসকলক এটা সুস্থিৰ প্ৰসাৰণ-ভিত্তিক AI ইমেজ জেনেৰেটৰ প্ৰদান কৰিলেও, ড্ৰিম লেবে ব্যৱহাৰকাৰীসকলৰ বাবে উচ্চ প্ৰৰ্যায়ৰ ছবি সৃষ্টি কৰাৰ লগতে সৃষ্টি কৰা বিষয়বস্তুৰ ওপৰত দানাযুক্ত নিয়ন্ত্ৰণত ৰখাৰ বাবে ইয়াৰ অনন্য ক্ষমতা প্ৰদান কৰে।
ড্ৰিম লেবে টেক্সট প্ৰমপ্টৰ ওপৰত ভিত্তি কৰি ১৫টাতকৈও অধিক বিভিন্ন ষ্টাইলত ছবি এখনৰ একাধিক ভিন্নতা সৃষ্টি কৰিব পাৰে। এই ষ্টাইলসমূহত 3D ৰেণ্ডাৰ আৰু ইলাষ্ট্ৰেচনও অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰসংগ-সচেতন AI মডেলে বহু বিষয়ৰ ছবিৰ লগতে ফটোৰিয়েলিষ্টিক পোট্ৰেইটও প্ৰস্তুত কৰিব পাৰে। ইয়াৰ উপৰিও, ব্যৱহাৰকাৰীসকলে আউটপুটৰ ওপৰত অধিক নিয়ন্ত্ৰণ ৰাখিবলৈ ষ্টাইল ৰেফাৰেন্স হিচাপে যোগ কৰিব পাৰে।
Canva ভিজুৱেল ছুইটত সংলগ্ন কৰা নতুন ফিচাৰ্ছসমূহ হৈছে-