গৱৰ্ণৰ গৰাকীয়ে মহোৎসৱৰ প্ৰতীকপটও আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷জানিব পৰা মতে কাৰ্যত এই চলচ্চিত্ৰ মহোৎসৱ হ’ব বিশ্বৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এক মহাসন্মিলন৷ এই মহোৎসৱলৈ ভাৰতৰ এয়াৰটেল,ক’লগেট ,কেল’গছ আদিকে ধৰি কেবাটাও বহুজাতিক সংস্হাই এচ’চিয়েট পাৰ্টনাৰ হিচাপে সহযোগিতা আগবঢ়াইছে৷ মহোৎসৱলৈ আমন্ত্ৰিত হোৱা সন্দৰ্ভত “আইৰন গাৰ্লছ“ৰ পৰিচালক ৰাজেন দাসে কয়-“নিঃসন্দেহে এয়া এক ভাল খবৰ৷খিলঞ্জীয়াৰ সাংস্কৃতিক ঐতিহ্যক উজলাই তোলা এনে এক মহোৎসৱত আমি অসমৰ ওজাপালি -দেওধনীক উলিয়াই নিব পৰাটো এক ঐতিহাসিক মূহুৰ্ত৷ বিশ্বৰ ইমান সংখ্যক চলচ্চিত্ৰৰ মাজৰ পৰা আমি নিৰ্বাচিত তালিকাত থকাটোৱেই আমাৰ সাংস্কৃতিক ঐতিহ্যৰ মহত্ত্ব প্ৰকট কৰিছে৷ইয়াৰ এক সামান্য অংশীদাৰ হবলৈ সুযোগ লাভ কৰি আমি কৃতাৰ্থ,আনন্দিত“৷ (iron girls to be released at nigerian film festival)
উল্লেখ্য যে চলচ্চিত্ৰ মহোৎসৱ কৰ্তৃপক্ষৰ সঞ্চালক কেটে এজাইগবোয়ে “আইৰন গাৰ্লছ“ মহোৎসৱলৈ নিৰ্বাচিত হোৱা তথ্য জনাই তথা স্ক্ৰীণীংৰ বাবে আমন্ত্ৰণ জনাই যোগদানৰ আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ পৰিচালক ৰাজেন দাসলৈ প্ৰেৰণ কৰিছে৷ মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি সহস্ৰাধিক চলচ্চিত্ৰ নিৰ্মাতা তথা প্ৰতিনিধি সমবেত হ’ব বুলি মহোৎসৱ কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে৷
(APCC) on Friday lodged an FIR against Assam BJP president প্ৰদেশ কংগ্ৰেছৰ চচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ নেতৃত্বত এক প্ৰতিনিধিৰ দলে ভঙাঘৰ থানাত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এক এজাহৰ দাখিল কৰে। ১৯ ছেপ্টেম্বৰত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাই ৰঙিয়াৰ দিপ্তেশ্বৰি ৰাজহুৱা হৰিমন্দিৰ প্ৰাংগনত অনুষ্ঠিত ৰাজহুৱা সভাত তেখেতৰ নিজৰ ভাষণত অৰুণোদয় আঁচনিৰ হিতাধিকাৰি সকলক উদ্দেশ্যি কৈছে কেৱল বিজেপি সদস্যই হে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। মিছকল যোগে বিজেপিৰ সদস্য ভৰ্তি প্ৰক্ৰিয়াত ব্যৱহৃত বিশেষ নম্বৰত মিছ কল দিবলৈ এক প্ৰকাশ ভাবুকি প্ৰদান কৰিছে নেতা গৰাকীয়ে। অৰুনোদয় আঁচনিৰ ধন মিছ কল দি বিজেপিৰ সদস্য ভৰ্তিৰ প্ৰমাণ পত্ৰ দাখিল কৰাটো বাধ্যতামূলক বুলি ভয় ভীতি খুৱাৱ বিচাৰিছে।
দৈনন্দিন বাৰ্তা ২০ ছেপ্টেম্বৰ – গুৱাহাটী
Chairman of social media and information technology department of Pradesh Congress প্ৰদেশ কংগ্ৰেছৰ চচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ নেতৃত্বত এক প্ৰতিনিধিৰ দলে FIR Bhangaghar police station বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাঘৰ থানাত এজাহাৰভঙাঘৰ থানাত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এক এজাহৰ দাখিল কৰে। ১৯ ছেপ্টেম্বৰত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাই ৰঙিয়াৰ দিপ্তেশ্বৰি ৰাজহুৱা হৰিমন্দিৰ প্ৰাংগনত অনুষ্ঠিত ৰাজহুৱা সভাত তেখেতৰ নিজৰ ভাষণত অৰুণোদয় আঁচনিৰ হিতাধিকাৰি সকলক উদ্দেশ্যি কৈছে কেৱল বিজেপি সদস্যই হে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। মিছকল যোগে বিজেপিৰ সদস্য ভৰ্তি প্ৰক্ৰিয়াত ব্যৱহৃত বিশেষ নম্বৰত মিছ কল দিবলৈ এক প্ৰকাশ ভাবুকি প্ৰদান কৰিছে নেতা গৰাকীয়ে। অৰুনোদয় আঁচনিৰ ধন মিছ কল দি বিজেপিৰ সদস্য ভৰ্তিৰ প্ৰমাণ পত্ৰ দাখিল কৰাটো বাধ্যতামূলক বুলি ভয় ভীতি খুৱাৱ বিচাৰিছে। সদস্য ভৰ্তিৰ প্ৰমাণ পত্ৰ দাখিল নকৰিলে অৰুণোদয় আঁচনিৰ ১২৫০ টকা লাভ নকৰে বুলি এক প্ৰকাৰ ধমকি দিছিল নেতা গৰাকীয়ে। বিজেপি সভাপতি গৰাকীৰ এনে দায়িত্বজ্ঞান হীন মন্তব্যই ৰাইজৰ সংবিধান প্ৰদত্ত অধিকাৰ খৰ্ব কৰিছে। ইয়াৰ প্ৰতিবাদ স্বৰূপে আৰু ৰাজহুৱা স্থানত এনে সংবিধান বিৰোধী মন্তব্য দিয়াৰ বাবে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটি প্ৰতিনিধিৰ দলে ভঙাঘৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে। লগতে ভৱেশ কলিতাক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী কৰে। এজাহাৰ দাখিল কৰি প্ৰদেশ কংগ্ৰেছৰ চচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই সাংবাদিকৰ আগত কয় যে বিজেপি সভাপতি ভৱেশ কলিতাই মানসিক সন্তুলন হেৰাই ৰাইজক ভয় ভাবুকি দি নিজৰ চকি বচাব বিচাৰিছে। ভৱেশ কলিতাৰ পৈতৃক সম্পত্তি বিক্ৰি কৰা ধনেৰে অৰুণোদয় আচঁনিৰ ধন দিয়া হোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পত্নীয়ে বেআইনী ভাৱে আহৰণ কৰা সম্পত্তি বিক্ৰি কৰি পোৱা ধনেৰে ৰাজহুৱা আঁচনি প্ৰবৰ্তন কৰা নাই। প্ৰতিটো চৰকাৰী আঁচনিৰ ধন ৰাইজৰ আৰু ৰাইজৰ ধনকেই ৰাজহুৱা আচঁনি জৰিয়তে হিতাধিকাৰি সকলক দিয়া হৈছে। ভৱিষ্যতে ভৱেশ কলিতাই যাতে এনেকুৱা নিম্ন ৰুচি সম্পন্ন আৰু সাধাৰণ ৰাইজক ভয় ভীতি দেখুওৱা মন্তব্য নকৰে, তাৰ বাবে সাৱধান থাকিবলৈ আহ্বান জনাই।
(APCC) has filed a police complaint against the state’s BJP President,গোচৰ দাখিল কৰাৰ সময়ত ৰাতুল কলিতাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি ৰূপা দেউৰী, সাধাৰণ সম্পাদক অৰুণ তিৱাৰী, সম্পাদক কৃদীপ বৰ্মন, গীতালি দাস, মানস প্ৰতীম তালুকদাৰ, এ টি হাবিব আহ্মেদকে ধৰি কিছু প্ৰতিনিধি উপস্থিত থাকে।