নৱাগত আদৰণি সভাত উপস্থিত বিশিষ্ট লেখিকা তথা নন্দিনীৰ সম্পাদক মাইনী মহন্ত, সাহিত্যিক সাংবাদিক স্বপ্না বেজবৰুৱা, বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি । ২০১৯ বৰ্ষতেই বৰমাৰ মাজমজিয়াত ব্যক্তিগত খণ্ডৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান এম্পায়াৰ একাডেমী স্থাপন কৰা হৈছিল । তেতিয়াৰে পৰা ৰাইজৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল শিক্ষানুষ্ঠানখনে ।
welcome ceremony
শিক্ষানুষ্ঠানখনৰ ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাতো সফলতা বুটলিবলৈ সক্ষম হৈছিল । আজি ষষ্ঠ সংখ্যক নৱাগত আদৰণি সভাত উপস্থিত থাকি নন্দিনীৰ সম্পাদক তথা বিশিষ্ট লেখিকা মাইনী মহন্তই ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি সাৰুৱা ভাষণ ৰাখে ।সভাত উপস্থিত থাকি বিশিষ্ট সাংবাদিক তথা সাহিত্যিক স্বপ্না বেজবৰুৱাই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত ভাষণ ৰাখি কয় যে পৰীক্ষাত সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব লাগে । আত্মবিশ্বাসেৰে আগবাঢ়িলেহে সফলতা লাভ কৰিব পাৰি ।
বহু গৱেষণাৰ পৰা দেখা গৈছে যে দৈনিক গাখীৰ খালে অষ্টিঅ’পৰ’ছিছৰ দৰে হাড়ৰ ৰোগৰ সম্ভাৱনা কম নহয়। আনকি হৃদযন্ত্ৰৰ ৰোগবোৰো আঁতৰত থাকে। ইয়াত থকা পটাছিয়ামে উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰে।
গাখীৰত মেলাটনিন থাকে, যাৰ বাবে এজন ব্যক্তিয়ে ভাল টোপনি যায় আৰু মানসিক স্বাস্থ্যও ভাল হৈ থাকে।
ধনীয়া গুটি কেইটামান সেমেকি গৈ খোৱাৰ অনুপযোগী হৈ উঠাত ঘৰৰ বাহিৰত থকা টাব এটাত সিঁচি দিলোঁ। কেইটামান দিনৰ পিছত প্ৰায় দুমুঠি মান ধুনীয়া শাক পূৰঠ হৈ ওলাল। কোনো সম্ভাৱনীয়তা নথকা গুটিকেইটা উপযুক্ত পৰিৱেশ পাই থন ধৰি উঠিল। এজন শিক্ষক হিচাবে ভাবিবলৈ বাধ্য হলো এই গুটিবোৰৰ নিচিনাই আমাৰ কন কণ শিশু সকলৰ ভৱিষ্যত বোৰ নহয় নে?আমাৰ কিছু অতিৰিক্ত প্ৰয়াসে এই শিশুসকলৰ ভৱিষ্যত বোৰ ও এনেকৈ ঠন ধৰি উঠাত সহায়ক হব নোৱাৰিনে?(changing education system and individual leadership)
গঢ় দিও বুলি শিশু এটিক সুন্দৰ ৰূপত গঢ় দিয়াটো জানো সহজ কাম?পৰিয়ালতকৈও অধিক শিক্ষক সকলেই এই গুৰু দায়িত্ব পালন কৰিব লগা হয়।সেয়েহে শিক্ষক সকলক সমাজৰ আটাইতকৈ সন্মানীয় ব্যক্তি হিচাপে বিবেচনা কৰা হয়। শৈক্ষিক ক্ষেএ বাদ দি অন্যান্ন প্ৰশিক্ষন ক্ষেএতো চানক্যয়ে হওঁক বা ৰমাকান্ত আৰচৰেকাৰ য়ে হওঁক ,চন্দ্ৰগুপ্ত মৌৰ্য বা শচীন তেণ্ডুলকাৰৰ সুপ্ত প্ৰতিভা চিনাক্ত কৰি বিকাশত তেওঁলোকে মুখ্য ভূমিকা পালন কৰিছিল। এটি বৃক্ষ পুলিৰ দৰে প্ৰতিটো কণ কণ শিশুৰ বাবে বিদ্যালয়ত এক সুন্দৰ , সুস্থ শৈক্ষিক পৰিৱেশ সৃষ্টি কৰা , লগতে শিশুটিক দৈহিক, মানসিক সামৰ্থ , ইচ্ছা, আদি কাৰকবোৰ অধ্যয়ন কৰাৰ লগতে সম্পূৰ্ণ প্ৰতিভা বিকাশত সহায়ক হৈ আহিছে এই শিক্ষক সমাজ।(Story)
অভিভাৱক সকলে শিশু সকলক কিয় বাৰু বিদ্যালয় লৈ পঠিয়াই? পিতৃ মাতৃ আৰু পৰিয়াল পৰিবেশৰ পিছতেই শিশুৰ জ্ঞান বিকাশৰ প্ৰধান ক্ষেত্ৰ হল বিদ্যালয় সমূহ। বিদ্যালয় লৈ যাব পৰা হলেই পিতৃ মাতৃ য়ে শিশু টিক ৰ্সবগুন সম্পৰ্ণ মানৱ সম্পদ ৰূপে গঢ় দিয়াৰ বাবে শিক্ষকৰ উপৰত গুৰু দায়িত্ব অৰ্পণ কৰে। শিক্ষক সকলেই হৈছে আশা ভৰষাৰ স্থল, শিশুসকলৰ ভৱিষ্যত নিয়ন্ত্ৰণ কাৰক। সেয়েহে শিক্ষকৰ ভূমিকা মহৎ, দায়িত্ব আৰু কৰ্তব্য ব্যাপক, কৰ্মবীৰ আৰু চিৰ জীৱন জ্ঞানপিপাসু।(Children to school)
সভ্যতা য়ে ঢুকি পোৱাৰ পৰায়ে মানৱ শিশু জ্ঞানৰ সন্ধানত বিদ্যালয় লৈ ধাবিত হৈছে। কিন্তু ইয়াৰ পৰিসৰ সময়ে সময়ে পৰিবৰ্তিত হৈ আহিছে। প্ৰায় ২০০ বছৰ মান আগৰ সমাজখনত শৈক্ষিক পৰিৱেশৰ অভাৱৰ ফলত পাঠ্যপুথিৰ জ্ঞান সীমিত আছিল আৰু সেয়েহে যি সকল লোকে জ্ঞান লাভৰ সুযোগ পাইছিল তেনে লোকৰ মাজত সংস্কাৰ শিকোৱাৰ আৱশ্যকতা নাছিল। কিয়নো সামাজিক সংস্কাৰক সৰ্বোপৰি মূল্য প্ৰদান কৰা হৈছিল।কিন্তু আজি একবিংশ শতিকাত কাৰিকৰী শিক্ষাৰ প্ৰভাৱত সকলোৱে জীৱিকাৰ বাবে নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিব লগা হৈছে । গতিকে বৰ্তমান যুগত শিক্ষকে নৈতিকতা ৰ লগতে পেছা আৰু নিছা হিচাপে লৈ শিক্ষাৰ গুনগত মান উন্নত কৰি আধূনিক সুবিধাৰে ছাত্ৰ ছাত্ৰীক প্ৰতিযোগীতাৰ যুগটোৰ লগত খাপ খোৱাকৈ প্ৰস্তত কৰিব লাগিব আৰু তাৰ বাবে প্ৰয়োজন হব শিশু সকলৰ সম্ভাবনীয়তাক চিনাক্ত কৰা আৰু সেই দিশত উপযুক্ত জ্ঞানেৰে আগবঢ়াই নিয়াৰ। বিদ্যালয়ত শিশুৰ শিক্ষা, চৰিত্ৰ গঠন শাৰীৰিক আৰু মানসিক বিকাশ , শৃংখলাবদ্ধ জীৱন আৰু সুপ্ত প্ৰতিভাৰ বিকাশ হয় । অকল পাঠ্যপুথিৰ জ্ঞানে আজিৰ ছাত্ৰ ছাত্ৰীক সু নাগৰিক গঢ়াত হয়তো সফল হব নোৱাৰিব। বৰ্তমান বিজ্ঞানৰ যুগত নতুন প্ৰযুক্তি আৰু আধুনিকতাক আমি আদৰি লবই লাগিব। কম্পিওতাৰ সংযোজন শিক্ষাা জগতখনত এটা যুগান্তকাৰি পদক্ষেপ। কিন্তু আজিৰ শিক্ষক সমাজ বাৰু তাৰ বাবে প্ৰস্তুত হৈছেনে?
একবিংশ শতিকাৰ অস্তিত্ব ৰক্ষা অন্যতম সমল হৈ পৰিছে জ্ঞান আৰু দক্ষতা আৰু যিকোনো বিষয়ৰ শৈক্ষিক জ্ঞান আহৰণ কৰিবলৈ নিতান্তই প্ৰয়োজন ভাষিক জ্ঞান আৰু শব্দ ভাণ্ডাৰ আয়ত্ব ।যিহেতু সমগ্ৰ বিশ্বৰ লগত ভাৱৰ আদান প্ৰদান কৰা একমাত্ৰ ভাষা হৈছে ইংৰাজী ভাষা। সেয়েহে সকলো মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ ইংলিছ ভাষাৰ পৰ্য্যাপ্ত জ্ঞান প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আছে। ৰাজ্যিক বা দ্বিভাষিক মাধ্যমৰ বিদ্যালয় সমূহত ইংৰাজী কথোপকথনৰ পৰিৱেশ এটা এতিয়াও গঢ়ি উঠা নাই। তাৰ বাবে এটা পৰিৱেশ গঢ়াৰ অতি প্ৰয়োজন হৈ উঠিছে যাতে বিদ্যালয় ৰ শিক্ষা শেষ কৰি বাহিৰৰ জগতখনত ভৰি দিয়া এজন মেধাৱী ছাত্ৰ য়ে কতো খোকোজা খাব লগা নহয়।ভাষা তেওৰ উচ্ছ শিক্ষা আহৰণত বা কৰ্ম সংস্থাপনত বাধাৰ প্ৰাচীৰ হৈ থিয় নিদিয়ে।
সংস্কাৰ বা মানৱীয় মূল্যবোধ সাধাৰণতে এটা শিশুৱে ঘৰখনৰ পৰায়ে আয়ত্ব কৰে।শিক্ষক হিচাবে সামাজিক সংস্কাৰ, মূল্যবোধ, অনুশাসন প্ৰদান কৰাত শিক্ষকৰ গুৰুত্ব বৃদ্ধি পায় আহিছে। সমাজ ব্যৱস্থা,বিভিন্ন সামাজিক মাধ্যম, অনুশীলনৰ অভাৱৰ বাবে আজিৰ ছাত্ৰ সমাজ কিছু পৰিমানে বিশৠখল আৰূ বিপথে পৰিচালিত হৈছে। ৰাজনীতি ও অন্য এক প্ৰমুখ কাৰক। নৈতিক আৰু আধ্যাত্মিকতাৰ ভেটি সবল কৰিলেহে ছাত্ৰ ছাত্ৰী য়ে ভৱিষ্যতে এখন সুস্থ সমাজ গাঢ় দিব পাৰিব।
এইখিনিতে এটা কথা নিতান্তই প্ৰয়োজন হৈ পৰে শিক্ষক শিক্ষয়িত্ৰীসকলে বাৰু এই কম্পিউটাৰ যুগত সামঞ্জস্য ৰাখি কাম কৰাটো কিছু কঠিন হৈ পৰা নাইনে? শিক্ষা নামৰ এই বিকাশ প্ৰক্ৰিয়া টোত আমি বাৰু কৰবাত উজুতি খাইছো নেকি? অমি মনত ৰখা উচিত যে পৰিবৰ্তন চিৰসত্য। সাম্প্ৰতিক সময়ত বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত সামাজিক মূল্যায়নৰ মাপকথিদাল প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল।আজিৰ শিক্ষা ব্যৱস্থা সৃষ্টিশীল লগতে বিজ্ঞানসন্মত মানসিকতা হব লাগিব।আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চৰম শিখৰত অৱস্থান কৰিছোঁ, কিন্তু নতুন প্ৰজন্মক প্ৰতিনিধিত্ত্ব কৰিব পৰাকৈ আমি পৰাকৈ দক্ষ নে?
Facilitator of Learning হৈটো সময়ৰ আহবান। কেৱল জ্ঞান দিলেই সংস্থাপন মুখি শিক্ষা দিব পৰাটোহে আচল প্ৰত্যাহবান । সেয়েহে সুনিপুন, কৌশলগত শিক্ষাক প্ৰধ্যান্ন দিব লাগিব। চিন্তাবিদ সকলে এই কথা মানি লৈছে আউপুৰণি শিক্ষা ব্যৱস্থাক বস্তবসন্মত কৰাৰ উদ্দেশ্যে আজিৰ শিক্ষকে কম্পিউটাৰ শিক্ষাক আঁকোৱালি লৈছে। বিদ্যালয় সমূহত information technology হাতত লোৱাৰ লগতে আধুনিক সুবিধাৰ লদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে । ছাত্ৰ ছাত্ৰীৰ যুগৰ দাবী অনুসৰি শিক্ষা প্ৰদান কৰা ,প্ৰতিযোগিতাৰ মোকাবিলা কৰিবলৈ সাৰ্মথ্য কৰা, তথ্য , প্ৰযুক্তি বিদ্যাক আদৰি লৈ সহায়ক আৰু পথপৰ্দশক হোৱাৰ প্ৰয়োজনতা আহি পৰিছে। এই internet সাংস্কৃতিক যিমানেই আঁকোৱালি লম আমাৰ জ্ঞানৰ পৰিসৰ ও সিমানেই বিশাল আৰু সবল হৈ উঠিব।বৰ্তমান যুগত কম্পিউটাৰ একমাত্ৰ সম্বল যাৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হম। কিন্তু তাৰ বাবে প্ৰয়োজন হব মাথোঁ কিছু ত্যাগ আৰু দ্ৰঢ়তা। “মই শক্তিশালী, মোৰ দ্বাৰা কৰা যাব, সকলোঁ ছাত্ৰ ছাত্ৰী মোৰ দ্বাৰা উপকৃত হব”তেনে মনোভাৱ অহাৰ লগে লগে হয়তো প্ৰতিজন শিক্ষক শিক্ষায়াত্ৰী য়ে নতুনত্বক আদৰিবলৈ আগবাঢ়ি আহিব।কিয়নো প্ৰতিজন শিক্ষকে অনাদি কালৰ পৰা অতিশয় প্ৰতিকুল পৰিৱেশ ও শিক্ষা প্ৰদান কৰি এখন সুস্থ সমাজ গঢ়াত অৰিহণা যোগায় আহিছে আৰু আগলৈও তেওঁলোকৰ এখন সুষ্ট সমাজ আৰু সু নাগৰিক গঠনত অমূল্য অৱদান থাকিব।
আমি সকলোৱে জানো যে কল অতি স্বাস্থ্যকৰ। কিন্তু খালী পেটত কল খাব নালাগে। কলত মেগনেছিয়াম থাকে আৰু খালী পেটত খালে তেজত মেগনেছিয়ামৰ মাত্ৰা হঠাতে বৃদ্ধি পাব পাৰে।