Home Blog Page 63

Shyamkanu Mahanta: অসমৰ পৰা স্থানান্তৰিত হ’ব নেকি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ!

অসমৰ পৰা স্থানান্তৰিত হ'ব নেকি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ!
অসমৰ পৰা স্থানান্তৰিত হ'ব নেকি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ!

অসমৰ পৰা স্থানান্তৰিত হ’ব নেকি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ!(Shyamkanu Mahanta)

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ শ্যামকানু মহন্ত।

গ্ৰেপ্তাৰৰ পূৰ্বেই উচ্চতম ন্যায়ালয়ত কৰিছিল আবেদন।

৩০ ছেপ্টেম্বৰত লেখ আবেদন কৰিছিল শ্যামকানু মহন্তই।

শ্যামকানুৰ হৈ আবেদন অধিবক্তা ৰাজ কমলৰ।

সম্ভৱত আগতীয়া জামিন বিচাৰি কৰিছিল আবেদন।

আবেদনত প্রতিপক্ষ হিচাপে ৰাখিছে ভাৰত চৰকাৰ।

অসম চৰকাৰ, DGP, NIA আৰু CBIক।

CIDৰ ভুলৰ বাবেই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অসমৰ পৰা স্থানান্তৰ হোৱাৰ সম্ভাৱনা।

56715/2025 নম্বৰত ফৌজদাৰী লেখ আবেদন দাখিল শ্যামকানুৰ।

কিন্তু শ্যামকানু মহন্তৰ উচ্চতম ন্যায়ালয়ৰ আবেদনত আছিল বহুকেইটা আসোঁৱাহষ

সৰ্ব্বোচ্চ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীয়ে আসোঁৱাহ আঙুলিয়াই দি ঘূৰাই দিছিল আবেদন।

শ্যামকানু মহন্তৰ অধিবক্তাই আসোঁৱাহ আঁতৰাই পুনৰ আবেদন দাখিল কৰিলেনে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

Shyamkanu Mahanta: নৰ্থ-ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত আন ৩ ব্যক্তিক তলব CIDৰ

নৰ্থ-ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত আন ৩ ব্যক্তিক তলব CIDৰ
নৰ্থ-ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত আন ৩ ব্যক্তিক তলব CIDৰ

নৰ্থ-ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত আন ৩ ব্যক্তিক তলব CIDৰ।(Shyamkanu Mahanta)

CIDএ তলব কৰিছে নৰ্থইষ্ট ফেষ্টিভেলৰে জড়িত তিনিজনক।


নয়নজ্যোতি দাস, দ্বীপজ্যোতি ৰায়ক আৰু ৰক্তিম ৰয়ক CIDএ তলব কৰিছে।


তিনিওজন হাজিৰ হৈছে CIDৰ কার্যালয়ত।


শ্যামকানুৰ অতিকৈ ঘনিষ্ঠ এই তিনিজন ব্যক্তি।


ৰক্তিম ৰয়ে চাইছিল শ্যামকানুৰ বিত্তীয় লেনদেন।

Zubeen Garg Death Case: জুবিন গাৰ্গৰ পোষ্টমর্টেম ৰিপ’ৰ্ট ওলাল…

জুবিন গাৰ্গৰ পোষ্টমর্টেম ৰিপ'ৰ্ট ওলাল
জুবিন গাৰ্গৰ পোষ্টমর্টেম ৰিপ'ৰ্ট ওলাল

জুবিন গাৰ্গৰ পোষ্টমর্টেম ৰিপ’ৰ্ট ওলাল।(Zubeen Garg Death Case)

ভাৰতীয় উচ্চায়ুক্তক প্রতিবেদন দিলে ছিংগাপুৰ আৰক্ষীয়ে।

জুবিন গাৰ্গৰ পোষ্টমর্টেম ৰিপ’ৰ্ট ভাৰতীয় উচ্চায়ুক্তক আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে।


জুবিনৰ মৃত্যুত ছিংগাপুৰ আৰক্ষীয়ে পোৱা নাই ‘ফাউল প্লে’।

ইতিমধ্যে অসম চৰকাৰলৈ প্ৰতিবেদন পঠালে উচ্চায়ুক্তই।

গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰা হ’ব এই প্ৰতিবেদন।

আনহাতে প্ৰস্তুত হৈ উঠিছে GMCHৰ জুবিনৰ মৰণোত্তৰ পৰাক্ষাৰ প্ৰতিবেদনো।

১৯ ছেপ্টেম্বৰত মৃত্যুৰ পিছত অটপ্সি কৰা হৈছিল ছিংগাপুৰত।

Dipak Sarma: চৰকাৰৰ এটা গধুৰ দায়িত্ব আছিল, মোৰ বিষয়ে অলপ চিন্তা কৰিব লাগিছিলঃ দীপক শৰ্মা

বিখ্যাত বাঁহীবাদক দীপক শর্মা অসুস্থ।(Dipak Sarma)
বিখ্যাত বাঁহীবাদক দীপক শর্মা অসুস্থ।(Dipak Sarma)

বিখ্যাত বাঁহীবাদক দীপক শর্মা অসুস্থ।(Dipak Sarma)

মহানগৰীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন শিল্পী দীপক শৰ্মাষ


ধনৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত শিল্পীগৰাকী।

যকৃতৰ ৰোগত আক্ৰান্ত হৈ অসুস্থ শিল্পীগৰাকী।

আৰ্থিক দুৰৱস্থাৰ কথা জানিও চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ।

সামাজিক মাধ্যমত শিল্পী দীপক শৰ্মাই কয় যে-

‘আজি যে মোৰ প্ৰটিনৰ অভাৱ ইয়াৰ বাবে দায়ী চৰকাৰ’

‘মোক আধাতে ৰাখি থৈ গ’ল অলপ পইছা দি’


‘চৰকাৰৰ এটা গধুৰ দায়িত্ব আছিল, মোৰ বিষয়ে অলপ চিন্তা কৰিব লাগিছিল’


Zubeen Garg Death Case: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ‘হ*ত্যাকাণ্ড’ ধাৰা সংযোজন

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত 'হত্যাকাণ্ড' ধাৰা সংযোজন
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত 'হত্যাকাণ্ড' ধাৰা সংযোজন

ছিংগাপুৰত হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক?(Zubeen Garg Death Case)

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ‘হত্যাকাণ্ড’ৰ BNS সংযোজন।

CID-এ সংযোজন কৰিছে হত্যাকাণ্ডৰ ধাৰা।

শ্যামকানু-সিদ্ধাৰ্থক জেৰা চলাই চাঞ্চল্যকৰ তথ্য লাভ।

নতুন তথ্য লাভৰ পাছতে হত্যাকাণ্ডৰ ধাৰা সংযোজন।

18/2025 নং গোচৰত সংযোজন BNSৰ 103 ধাৰা।

আনহাতে জুবিনৰ মৃত্যুক লৈ সৃষ্টি হৈছিল ৰহস্য।

শেহতীয়াকৈ সিদ্ধাৰ্থ-শ্যামকানুক যি জেৰা চলাইছে সেই জেৰাত হয়তো বহু চাঞ্চল্যকৰ তথ্য লাভ কৰিছে।

যাৰ বাবে BNSৰ 103 ধাৰা সংযোজনৰ কৰা হৈছে এই ঘটনাত।


Zubeen Garg Death Case: লকআপত প্ৰথমটো নিশা কটালে সিদ্ধাৰ্থ-শ্যামকানুয়ে…

লকআপত প্ৰথমটো নিশা কটালে সিদ্ধাৰ্থ-শ্যামকানুয়ে
লকআপত প্ৰথমটো নিশা কটালে সিদ্ধাৰ্থ-শ্যামকানুয়ে

চিআইডিৰ লকআপত প্ৰথমটো নিশা কটালে সিদ্ধাৰ্থ-শ্যামকানু।(Zubeen Garg Death Case)

CIDৰ লকআপত শ্যামকানু-সিদ্ধার্থক মাৰাথন জেৰা চলাই SITৰ।

সমগ্ৰ ঘটনাৰ ৰিক্ৰিয়েট কৰিছে SITএ।

ঘটনাৰ আগনিশা কোনে দিছিল পার্টী?

কোন কোন আছিল নৈশ পার্টীত, কোনে দিছিল য়টৰ পাৰ্টী সকলো সোধা-পোছা।

সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ জুবিনৰ বহু সামগ্ৰী উদ্ধাৰ।

জুবিনৰ বেগ, নথি-পত্র, টেবলেট উদ্ধাৰ হোৱা টেবলেটসমূহ কৰিব পৰীক্ষা।

আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ‘হত্যাকাণ্ড’ৰ BNS সংযোজন।

103 BNS প্রযোজ্য 18/2025 নম্বৰৰ গোচৰটোত।

CIDয়ে গোচৰটোত নতুনকৈ সংযোজন কৰিলে এই 103 BNSটো।

পূৰ্বে একেটা গোচৰত আছিল BNSৰ 61(2), 105, 106(1) ধাৰা।

কালি চিআইডিৰ লকআপত প্ৰথমটো নিশা কটালে অভিযুক্ত সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তই।

আনহাতে কালি লকআপত পিন্ধিবলৈ শ্যামকানুক নিশা পত্নীয়ে যোগান ধৰে কাপোৰ। 

Durga Puja 2025: আজি বিজয়া দশমী। প্ৰতিমা বিসৰ্জনৰ বাবে সাজু পূজা কমিটীসমূহ…

আজি বিজয়া দশমী
আজি বিজয়া দশমী

আজি বিজয়া দশমী। (Durga Puja 2025)

প্ৰতিমা বিসৰ্জনৰ বাবে সাজু পূজা কমিটীসমূহ।

ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাৰ বিদায় পৰ্ব।

এইবাৰ পূজাত নাই কোনো পূৰ্বৰ দৰে উল্লাস।

জুবিনবিহীন দুৰ্গা পূজা উকা উকা।

প্ৰতিখন পূজা মণ্ডপতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাইছে।


Zubeen Garg: আজি যোৰহাটত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ

আজি যোৰহাটত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ
আজি যোৰহাটত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ

যোৰহাট আজি ১৩ দিনত প্ৰাণৰ শিল্পীগৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ। (Zubeen Garg)

সৰ্বধৰ্ম প্ৰাৰ্থনাৰে আৰম্ভ ৰাজহুৱা আদ্যশ্ৰাদ্ধ।

শ্ৰদ্ধাঞ্জলি জনাবলৈ সোঁত বৈছে অগণন গুণমুগ্ধৰ।

ৰাজহুৱা আদ্যশ্ৰাদ্ধত উপস্থিত দল-সংগঠনৰ নেতৃবৰ্গৰ লগতে, ৰাজনৈতিক ব্যক্তিৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক জগতৰ লগতে জড়িত আৰু সাধাৰণ লোক সকলো।

যোৰহাট ষ্টেডিয়ামত চৰকাৰে আয়োজন কৰিছে আদ্যশ্ৰাদ্ধৰ।

শ্যামকানু, সিদ্ধাৰ্থক গ্ৰেপ্তাৰৰ খবৰ শুনি সুখী অনুৰাগী।

Nalbari Durga Puja: আজি মহানৱমী বিহীত পূজা উপলক্ষে নলবাৰীৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ত ভক্তৰ লানি নিচিনা সোঁত

নলবাৰীৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ত ভক্তৰ লানি নিচিনা সোঁত
নলবাৰীৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ত ভক্তৰ লানি নিচিনা সোঁত

আজি মহানৱমী।(Nalbari Durga Puja)

আজি মহানৱমী বিহীত পূজা উপলক্ষে নলবাৰী জিলাৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ত ভক্তৰ লানি নিচিনা সোঁত।


নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ত ভক্তৰ লানি নিচিনা সোঁত দেখিবলৈ পোৱা গৈছে।


আজি মহা নৱমীত ৪৪ টা ম’হ, হাঁহ,পাৰ, ছাগলী কোমোৰা বলি দিয়াৰ বাবে বিল্বেশ্বৰ দেৱালয়ত প্ৰস্তুতি তুংগত।


লাখ লাখ ভক্তক আপ্যায়নৰ বাবে সাজু কৰি তুলিছে ভোগ।

Zubeen Garg: জুবিন গাৰ্গে ব্যৱহাৰ কৰা ম’বাইলটো উদ্ধাৰ

Zubeen Garg: জুবিন গাৰ্গে ব্যৱহাৰ কৰা ম’বাইলটো উদ্ধাৰ
Zubeen Garg: জুবিন গাৰ্গে ব্যৱহাৰ কৰা ম’বাইলটো উদ্ধাৰ

জুবিন গাৰ্গে ব্যৱহাৰ কৰা ম’বাইলটো উদ্ধাৰ।(Zubeen Garg)

সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছিল জুবিনৰ ম’বাইলটো।

সিদ্ধাৰ্থ শৰ্মাৰ পৰা উদ্ধাৰ জুবিন দাৰ মোবাইল ফোন।

১২ দিন জুবিন গাৰ্গৰ ফোন আছিল সিদ্ধাৰ্থৰ হাততে।

সন্দীপন গাৰ্গে খোজোতেও মোবাইল ফোন দিয়া নাছিল সিদ্ধাৰ্থই।

ম’বাইলৰ উপৰিও জুবিন গাৰ্গৰ অন্যান্য কিছু সামগ্ৰী উদ্ধাৰ কৰিছে সিদ্ধাৰ্থৰ পৰা।

জুবিনৰ মৃত্যুৰ ১২ দিন পাছত শ্যামকানু আৰু সিদ্ধাৰ্থক আজি গ্ৰেপ্তাৰ।

শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰত সন্তুষ্টি প্ৰকাশ গৰিমা গাৰ্গৰ।

আনহাতে আজি যোৰহাটত জুবিনৰ তেৰ দিনীয়া আদ্যশ্ৰাদ্ধ।