Home Blog Page 65

Nalbari Durga Puja: আজি মহানৱমী বিহীত পূজা উপলক্ষে নলবাৰীৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ত ভক্তৰ লানি নিচিনা সোঁত

নলবাৰীৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ত ভক্তৰ লানি নিচিনা সোঁত
নলবাৰীৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ত ভক্তৰ লানি নিচিনা সোঁত

আজি মহানৱমী।(Nalbari Durga Puja)

আজি মহানৱমী বিহীত পূজা উপলক্ষে নলবাৰী জিলাৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ত ভক্তৰ লানি নিচিনা সোঁত।


নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ত ভক্তৰ লানি নিচিনা সোঁত দেখিবলৈ পোৱা গৈছে।


আজি মহা নৱমীত ৪৪ টা ম’হ, হাঁহ,পাৰ, ছাগলী কোমোৰা বলি দিয়াৰ বাবে বিল্বেশ্বৰ দেৱালয়ত প্ৰস্তুতি তুংগত।


লাখ লাখ ভক্তক আপ্যায়নৰ বাবে সাজু কৰি তুলিছে ভোগ।

Zubeen Garg: জুবিন গাৰ্গে ব্যৱহাৰ কৰা ম’বাইলটো উদ্ধাৰ

Zubeen Garg: জুবিন গাৰ্গে ব্যৱহাৰ কৰা ম’বাইলটো উদ্ধাৰ
Zubeen Garg: জুবিন গাৰ্গে ব্যৱহাৰ কৰা ম’বাইলটো উদ্ধাৰ

জুবিন গাৰ্গে ব্যৱহাৰ কৰা ম’বাইলটো উদ্ধাৰ।(Zubeen Garg)

সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছিল জুবিনৰ ম’বাইলটো।

সিদ্ধাৰ্থ শৰ্মাৰ পৰা উদ্ধাৰ জুবিন দাৰ মোবাইল ফোন।

১২ দিন জুবিন গাৰ্গৰ ফোন আছিল সিদ্ধাৰ্থৰ হাততে।

সন্দীপন গাৰ্গে খোজোতেও মোবাইল ফোন দিয়া নাছিল সিদ্ধাৰ্থই।

ম’বাইলৰ উপৰিও জুবিন গাৰ্গৰ অন্যান্য কিছু সামগ্ৰী উদ্ধাৰ কৰিছে সিদ্ধাৰ্থৰ পৰা।

জুবিনৰ মৃত্যুৰ ১২ দিন পাছত শ্যামকানু আৰু সিদ্ধাৰ্থক আজি গ্ৰেপ্তাৰ।

শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰত সন্তুষ্টি প্ৰকাশ গৰিমা গাৰ্গৰ।

আনহাতে আজি যোৰহাটত জুবিনৰ তেৰ দিনীয়া আদ্যশ্ৰাদ্ধ।

Shyamkanu Mahanta : অৱশেষত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক গ্ৰেপ্তাৰ

Shyamkanu Mahanta : অৱশেষত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক গ্ৰেপ্তাৰ
Shyamkanu Mahanta : অৱশেষত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক গ্ৰেপ্তাৰ

অৱশেষত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক গ্ৰেপ্তাৰ।(Shyamkanu Mahanta)

বৰঝাৰ বিমানবন্দৰৰ পৰা বিশাল কনভয়ৰ মাজত CIDৰ কাৰ্যালয়লৈ অনা হৈছে।

হেণ্ডকাফ লগাই নিয়া হ’ল দুয়োকে।

১৪ দিনৰ বাবে CIDৰ জিম্মাত সিদ্ধাৰ্থ-শ্যামকানু।

শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰত সন্তুষ্টি প্ৰকাশ গৰিমা গাৰ্গৰ।

বৰঝাৰ বিমানবন্দৰৰ পৰা বিশাল কনভয়ৰ মাজত CIDৰ কাৰ্যালয়লৈ অনা হৈছে শ্যামকানু মহন্তক।


CID কাৰ্য্যালয়লৈ যোৱা প্ৰতিটো পথত আৰোপ কৰা হৈছে CRPF, ৰেপিড এক্সন ফৰ্চ।

নিৰাপত্তাজনীত কাৰণত আৰোপ কৰা হৈছে ৫০০ শতাধিক আৰক্ষী।

Shreya Ghoshal: বৰ্ষাপাৰাত জুবিনৰ গীতেৰে দৰ্শকক আৱেগিক কৰিলে শ্ৰেয়া ঘোষালে

বৰ্ষাপাৰাত জুবিনৰ গীতেৰে দৰ্শকক আৱেগিক কৰিলে শ্ৰেয়া ঘোষালে
বৰ্ষাপাৰাত জুবিনৰ গীতেৰে দৰ্শকক আৱেগিক কৰিলে শ্ৰেয়া ঘোষালে

‘মই নথকাৰ অনুভৱ যিদিনা হ’ব তোমাৰ…’। (Shreya Ghoshal) শ্ৰেয়া ঘোষালৰ কণ্ঠত জুবিন গাৰ্গৰ গীত শুনি আৱেগিক হ’ল অনুৰাগী। উচুপি উঠিল জুবিন অনুৰাগী। আজি গুৱাহাটীৰ বৰ্ষাপাৰাত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচত সংগীত পৰিৱেশন কৰিছিল শ্ৰেয়া ঘোষালে।

শ্ৰেয়া ঘোষালৰ কণ্ঠত জুবিনৰ গীত শুনি আৱেগিক হৈ পৰে দৰ্শক সকল। আনহাতে শ্ৰেয়া ঘোষালৰ উপৰিও জুবিনলৈ শ্ৰদ্ধাঞ্জলি বন্ধু পাপনৰ। গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচত জুবিনৰ গীত গাই জনায় শ্ৰদ্ধাঞ্জলি পাপনেও।

Garima Saikia Garg: জুবিন অনুৰাগীলৈ কি আহ্বান গৰিমা শইকীয়া গাৰ্গৰ…

জুবিন অনুৰাগীলৈ কি আহ্বান গৰিমা শইকীয়া গাৰ্গৰ...
জুবিন অনুৰাগীলৈ কি আহ্বান গৰিমা শইকীয়া গাৰ্গৰ...

আজি যোৰহাটলৈ ৰাওনা হয় গৰিমা গাৰ্গসহ পৰিয়াল। (Garima Saikia Garg) যাত্ৰাপথত সোণাপুৰস্থিত সমাধিস্থলীত এখন্তেক ৰয় পৰিয়ালটো। যোৰহাটলৈ যোৱাৰ পূৰ্বে সকলোৰে সহযোগিতা কামনা কৰিলে গৰিমা গাৰ্গে। জুবিনৰ সমাধিস্থলিত উচুপি-উচুপি গালে পত্নী গৰিমা শইকীয়া গাৰ্গে ‘মায়াবিনী ৰাতিৰ বুকুত…’। সোণাপুৰস্থিত সমাধিস্থলীত গৰিমা শইকীয়া গাৰ্গে বহুকেইটা কথা কয়-

গৰিমা শইকীয়া গাৰ্গে কয় যে সন্দীপন আমাৰ নিজৰ খুৰাৰ ল’ৰা। আগতে বাহিৰলৈ যোৱা নাছিল সেইবাবে জুবিনৰ লগতে গৈছিল।

লগতে তেওঁ কয় কোনেও আইন হাতত তুলি নল’ব, ‘আইনক আইনৰ কাম কৰিবলৈ দিয়ক অশান্তিৰ পৰিৱেশ কৰিলে জুবিনৰ আদর্শ ক’ত থাকিব’।

Siddharth Sharma: যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব সিদ্ধার্থ শৰ্মা!

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব সিদ্ধার্থ শৰ্মা!
যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব সিদ্ধার্থ শৰ্মা!

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব সিদ্ধার্থ শৰ্মা। (Siddharth Sharma)

দিল্লী আৰু ৰাজস্থানত আৰক্ষীৰ অভিযান।

সিদ্ধার্থ শৰ্মাৰ ফোন লোকেশ্যন ট্ৰেক কৰিছে আৰক্ষীয়ে।

যিকোনো মূর্হতত গ্ৰেপ্তাৰ হ’ব জুবিনৰ মেনেজাৰ সিদ্ধার্থ শৰ্মা!

Marmita Mitra: গায়িকা মৰ্মিতা মিত্ৰই ল’লে ডাঙৰ সিদ্ধান্ত…

গায়িকা মৰ্মিতা মিত্ৰই ল'লে ডাঙৰ সিদ্ধান্ত
গায়িকা মৰ্মিতা মিত্ৰই ল'লে ডাঙৰ সিদ্ধান্ত

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ পিছতে ডাঙৰ সিদ্ধান্ত ল’লে গায়িকা মৰ্মিতা মিত্ৰই।(Marmita Mitra)

জুবিন গাৰ্গৰ মৃত্যুত শোকত ম্ৰিয়মাণ প্ৰতিগৰাকী ব্যক্তি।

জুবিন গাৰ্গবিহীন অসমত উছাহ নাই শাৰদীয় দুৰ্গোৎসৱৰ।

ৰাজ্যৰ প্ৰায় প্ৰতিখন দুৰ্গাপূজাতে প্ৰাণ শিল্পী জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি আৰু বাজিছে জুবিন গাৰ্গৰ মায়াবিনী।

এইবাৰ দুৰ্গা পূজাত কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন নকৰে বংগ কন্যা তথা অসমৰ বোৱাৰী মৰ্মিতা মিত্ৰই।

জুবিনৰ মৃত্যুৰ তদন্তৰ দাবী উত্থাপন কৰি ছ’চিয়েল মিডিয়াত জনালে এই কথা।

Zubeen Garg: কাইলৈ যোৰহাটত জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক কৰ্ম…

কাইলৈ যোৰহাটত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ
WhatsApp Image 2025-09-30 at 10.45.00 AM

কাইলৈ যোৰহাটত অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক কৰ্ম।(Zubeen Garg)

ইতিমধ্যে কাহিলীপাৰাৰ পৰা যোৰহাটলৈ লৈ যোৱা হৈছে জুবিন গাৰ্গৰ নশ্বৰদেহ কঢ়িয়াই অনা কফিনটো।

আজি যোৰহাটলৈ ৰাওনা হ’ব গৰিমা গাৰ্গসহ পৰিয়াল।

আজি যোৰহাটলৈ নিয়া হ’ব জুবিন গাৰ্গৰ চিতাভস্ম।

যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব অনুষ্ঠান।

অনুষ্ঠানটোৰ বাবে চলিছে যুদ্ধকালীন প্ৰস্তুতি।

ICC Women’s CWC 2025: আজি গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ…

আজি গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ
আজি গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ

আজি গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ।(ICC Women’s CWC 2025)

বৰ্ষাপাৰাত উদ্বোধনী মেচত ভাৰতৰে মুখামুখি হ’ব শ্ৰীলংকা ।

মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি…গীতটি বৰ্ষাপাৰাত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে।

আনহাতে মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠানটোত জুবিন গাৰ্গৰ স্মৃতিত গীত পৰিৱেশন কৰিব অংগৰাগ মহন্ত আৰু জয় বৰুৱাই।

গাঁতৰ পৰা ওলাব মেনেজাৰ সিদ্ধার্থ!

যিকোনো মুহূৰ্তত আত্মসমৰ্পন কৰিব মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই !
৩৬ ঘণ্টাৰ ডেডলাইন বান্ধি দিছিল মুখ্যমন্ত্রীয়ে।
মুখ্যমন্ত্ৰীৰ ডেডলাইনৰ পিছতেই গাঁতৰ পৰা ওলাব মেনেজাৰ সিদ্ধার্থ !
বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে এই কথা!


জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত নাম সাঙোৰ খাইছিল সিদ্ধাৰ্থ শৰ্মাৰ।
কেইবাদিনো ধৰি অজ্ঞাত স্থানত আত্মগোপন কৰি আছিল মেনেজাৰ সিদ্ধাৰ্থই।
সিদ্ধাৰ্থৰ লোকেশ্বন ট্ৰেক কৰা বুলি আজি প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে।
অৱশেষত শীঘ্ৰেই গাঁতৰ পৰা ওলাব বিতৰ্কিত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা!