Pahalgam Attack: পাঁচটাকৈ সন্ত্রাসবাদীৰ ঘৰ উৰুৱালে ভাৰতীয় সেনাই

পহলগাম কাণ্ডৰ পাছতে দ্রুত পদক্ষেপ লৈছে ভাৰত চৰকাৰ আৰু নিৰাপত্তা বাহিনীয়ে।(Pahalgam Attack)

বিগত ৪৮ ঘণ্টাত বোমাৰে উৰুৱালে পাঁচটাকৈ সন্ত্রাসবাদীৰ ঘৰ।

বিজবেহাৰাৰ আদিল গোজৰি, ট্ৰালৰ আছিফ শ্বেখৰ ঘৰ পুলৱামাৰ এহছান উল হক শ্বেইখৰ ঘৰো ভাৰতীয় সেনাই উৰুৱালে বোমাৰে।

শ্বপিয়ানৰ ছাহিদ আহমেদ কুট্টে, কুলগামৰ জাকিৰ ঘনীৰ ঘৰো ধ্বংস কৰে।

পুলৱামাৰ সন্ত্রাসবাদী হৰিশ আহমেদৰ ঘৰো বোমাৰে ধ্বংস কৰে ভাৰতীয় সেনাই।

Related Articles