Pahalgam attack: স্বগৃহত পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হোৱা অৰুণাচলৰ টাগে হালিয়াঙৰ নশ্বৰদেহ

স্বগৃহত অৰুণাচলৰ টাগে হালিয়াঙৰ নশ্বৰদেহ।(Pahalgam attack)

গুৱাহাটীত টাগে হালিয়াঙলৈ শেষ শ্রদ্ধাঞ্জলি অসম চৰকাৰৰ ।(Arunachal Pradesh)

চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ।(Tage Hailyang)

বৰঝাৰৰ বায়ুসেনা ছাউনীত হালিয়াঙলৈ আৰক্ষী, প্ৰশাসনৰ শীৰ্ষ বিষয়াই জনালে শ্রদ্ধাঞ্জলি।

মঙলবাৰে পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হৈছিল টাগেৰ।

বায়ুসেনাত কৰ্মৰত আছিল টাগে হালিয়াং।

Related Articles