পাইকান আাশুডুবি উচ্ছেদিত অঞ্চলত আৰক্ষীৰ গুলীচালনা।(Paikan Ashudubi evicted area)
আৰক্ষীৰ গুলীত মৃত্যু ১৯ বছৰীয়া ছাকুৱাৰ হুছেইন।
আহত কছুমুদ্দিন আলী আহত আমিৰ হামজাৰ, দুয়ো চিকিৎসাধীন।
কৃষ্ণাই উচ্ছেদিত এলেকাত প্ৰশাসনে জেচিবি লগাই ৰাস্তা ভাঙি দিয়াত ৰাইজে বাধা কৰাৰ বাবে ৰাইজৰ ওপৰত গুলি নিক্ষেপ কৰাৰ অভিযোগ।
উচ্ছেদিতই প্ৰশাসনৰ কামত বাধা দিছিল আৰু আৰক্ষী-বন বিভাগলৈ শিলগুটি নিক্ষেপ কৰিছিল।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী চলাই আৰক্ষীয়ে।
আৰক্ষীৰ গুলীত দুজন আহত হয় আৰু এজন মৃত্যু হয়।

