Breaking

CPCৰ ৰেড লিষ্টত অন্তৰ্ভুক্ত পাকিস্থান

0 2,036

আমেৰিকাৰ বিদেশ মন্ত্ৰী এন্টনী ব্লিংকনে বুধবাৰে ধৰ্মীয় স্বতন্তা উলংঘন কাৰী দেশ ‘ কাউন্ট্ৰী অফ পাৰ্টিকুলাৰ কন্সাৰ্ণ ‘ তালিকা জাৰি কৰে ।
এই তালিকাত পাকিস্থান , চীন , ইৰাণ , চৌদি আৰৱ , এৰিট্ৰিয়া , তাজিকিস্থান , তুৰ্কেমেনিস্থান আৰু বাৰ্মা সহ ১০ খন দেশক অন্তৰ্ভুক্ত কৰে ।
ধৰ্মীয় স্বাধীনতাৰ মুল্যাংকণৰ বাবে গঠিত আমেৰিকান সংস্থা ‘ ইউ এচ কমিছন অন ইন্টাৰনেচনেল ৰিলিজিয়াছ ফ্ৰীডমে ‘ ভাৰতকো এই তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিছিল যদিও জো বাইদেন প্ৰশাসনে ভাৰতৰ ক্ষেত্ৰত নৰম স্থিতি গ্ৰহণ কৰি তালিকাৰ পৰা বাহিৰত ৰাখে ভাৰতক ।

Leave A Reply