Panchayat Election Result 2025: আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা

আজি পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা।(Panchayat Election Result 2025)

ৰাজ্যৰ ৩৯টা স্থানত হ’ব ভোটগণনা।

পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা।

কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ ভোটগণনা।

মুঠ ৩৯৭খন জিলা পৰিষদৰ ভোট গণনা।

ইয়াৰে ৩৭খনত বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী মিত্ৰজোঁটৰ প্ৰাৰ্থী।

ZPCৰ ৩৬০খন আসনৰ বাবে দুটা পর্যায়ত অনুষ্ঠিত হৈছিল নির্বাচন।

ZPCৰ ৩৬০ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা মুঠ ১,০৫৫ গৰাকী প্ৰাৰ্থীৰ।

ৰাজ্যৰ ১৮১খন আঞ্চলিক পঞ্চায়তৰ মুঠ আসনৰ সংখ্যা ২,১৯২ খন।

ইয়াৰে ১৬৫ খন আসনত বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী মিত্ৰজোঁটৰ প্ৰাৰ্থী

Related Articles