গোলাঘাট জিলা পৰিষদৰ সৰুপথাৰ সমষ্টিৰ অন্তগৰ্ত চাৰিখন আসনত বিজেপি দলৰ প্ৰাৰ্থীৰ জয়লাভ।(panchayat election result 2025)

১৭ নং বৰপথাৰ জিলা পৰিষদৰ খিৰেশ্বৰ বড়ো। (২০৪০৮ টা ভোট )

১৮ নং সৰুপথাৰ জিলা পৰিষদৰ শংকৰ শইকীয়া। (১৩৮০৭ টা ভোট)

১৯ নং নৱজ্যোতি জিলা পৰিষদৰ নিৰল খেছ। ( ১৬৮৩২ টা ভোট )

২০ নং চুঙাজান জিলা পৰিষদৰ জয়শ্ৰী গগৈৰ জয় লাভ। (১২৬৭০ টা ভোট )
২১ খন আঞ্চলিক পঞ্চায়ত বিজেপি মিত্ৰজোঁটৰ দখলত।
১৭ খন বিজেপি আৰু ৪ খন অগপ দলৰ জয় লাভ ৷
কংগ্ৰেছ শূণ্য ৷